“ৰাষ্ট্ৰীয় ক্ৰীড়াই ভাৰতৰ ব্যতিক্ৰমী ক্ৰীড়া দক্ষতা উদযাপন কৰে”
“ভাৰতৰ প্ৰতিটো কোণত প্ৰতিভা বিদ্যমান। সেয়েহে, ২০১৪ৰ পিছত, আমি ক্ৰীড়া সংস্কৃতিৰ প্ৰচাৰৰ বাবে এক ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো”
"গোৱাৰ আভা অতুলনীয়"
"ক্ৰীড়া জগতত ভাৰতৰ শেহতীয়া সফলতা প্ৰতিজন যুৱ খেলুৱৈৰ বাবে এক বৃহৎ অনুপ্ৰেৰণা"
"খেলো ইণ্ডিয়াৰ জৰিয়তে প্ৰতিভা আৱিষ্কাৰ কৰি, তেওঁলোকক প্ৰতিপালন আৰু তেওঁলোকক টিঅ'পিএছৰ দ্বাৰা অলিম্পিকৰ পোডিয়ামত স্থান লাভৰ বাবে প্ৰশিক্ষণ আৰু মেজাজ প্ৰদান কৰাটো আমাৰ ৰোডমেপ"
"ভাৰতে বিভিন্ন ক্ষেত্ৰত আগবাঢ়িছে আৰু আজি অভূতপূৰ্ব মানদণ্ড গঢ়ি তুলিছে"
"ভাৰতৰ গতি আৰু মাত্ৰাৰ সৈতে মিলাটো কঠিন"
"মাই ভাৰত ভাৰতৰ যুৱ শক্তিক বিকশিত ভাৰতৰ যুৱ শক্তি হিচাপে পৰিণত কৰাৰ এক মাধ্যম হ'ব"
"ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ সাজু। অলিম্পিক আয়োজনৰ আমাৰ আকাংক্ষা কেৱল আৱেগতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে, ইয়াৰ আঁৰত কিছুমান দৃঢ় কাৰণ আছে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গোৱাৰ মাৰগাওস্থিত পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভণি কৰে। এই ক্ৰীড়া ২৬ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব আৰু সমগ্ৰ দেশৰ পৰা ১০,০০০ তকৈও অধিক খেলুৱৈয়ে ২৮ টা স্থানত ৪৩ টাতকৈও অধিক ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভাৰতীয় ক্ৰীড়াৰ মহাকুম্ভৰ যাত্ৰা গোৱাত উপস্থিত হৈছে আৰু পৰিৱেশ ৰং, ঢৌ, উৎসাহ আৰু দুঃসাহসিকতাৰে ভৰি পৰিছে। "গোৱাৰ আভাৰ দৰে একো নাই", শ্ৰী মোডীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ গোৱাৰ লোকসকলক অভিনন্দন জনায় আৰু ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে দেশৰ ক্ৰীড়া ক্ষেত্ৰত গোৱাৰ অৱদানৰ কথা উল্লেখ কৰে আৰু ফুটবলৰ প্ৰতি গোৱাৰ প্ৰেমৰ কথা উল্লেখ কৰে। ক্ৰীড়াপ্ৰেমী গোৱাত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হোৱাৰ ঘটনাই নিজেই ইয়াক শক্তি প্ৰদান কৰিছে বুলি তেওঁ কয়।

 

প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় ক্ৰীড়া এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া দেশখনে ক্ৰীড়া জগতত নতুন উচ্চতা অৰ্জন কৰিছে। তেওঁ এছিয়ান গেমছত ৭০ বছৰ পুৰণি অভিলেখ ভংগ কৰা সফলতাৰ কথা উল্লেখ কৰে আৰু চলিত এছিয়ান পেৰা গেমছৰ বিষয়েও কয় য'ত পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙি ৭০তকৈ অধিক পদক অৰ্জন কৰা হৈছে। তেওঁ শেহতীয়াকৈ সমাপ্ত হোৱা বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়াৰ কথাও উল্লেখ কৰে, য'ত ভাৰতে ইতিহাস সৃষ্টি কৰিছিল। "ক্ৰীড়া জগতত ভাৰতৰ শেহতীয়া সফলতা প্ৰতিজন যুৱ খেলুৱৈৰ বাবে এক বৃহৎ অনুপ্ৰেৰণা", শ্ৰী মোডীয়ে কয়। ৰাষ্ট্ৰীয় ক্ৰীড়াক প্ৰতিজন যুৱ খেলুৱৈৰ বাবে এক শক্তিশালী লঞ্চপেড বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ আগত উপস্থিত থকা বিভিন্ন সুযোগৰ কথা উল্লেখ কৰি তেওঁলোকক সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ আহ্বান জনায়। 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত প্ৰতিভাৰ কোনো অভাৱ নাই আৰু দেশখনে বঞ্চনাৰ পিছতো চেম্পিয়ন প্ৰস্তুত কৰিছে, তথাপিও পদক তালিকাত দুৰ্বল প্ৰদৰ্শনে সদায় দেশবাসীক হতাশ কৰে। এই পৰিপ্ৰেক্ষিতত ক্ৰীড়া আন্তঃগাঁথনি, বাছনি প্ৰক্ৰিয়া, খেলুৱৈসকলৰ বাবে বিত্তীয় সহায় আঁচনি, প্ৰশিক্ষণ আঁচনি আৰু সমাজৰ মানসিকতাৰ ক্ষেত্ৰত ২০১৪ চনৰ পিছত অনা পৰিৱৰ্তনৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে বৰ্ণনা কৰে আৰু এনেদৰে ক্ৰীড়া পৰিস্থিতিতন্ত্ৰৰ পথৰোধক সমূহ এটা এটাকৈ আঁতৰ কৰাৰ বিষয়ে কয়। চৰকাৰে প্ৰতিভা আৱিষ্কাৰৰ পৰা অলিম্পিকৰ পোডিয়ামলৈ হস্তান্তৰ কৰালৈকে এক ৰোডমেপ প্ৰস্তুত কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে এই বছৰৰ ক্ৰীড়া বাজেট ন বছৰ আগৰ ক্ৰীড়া বাজেটতকৈ তিনিগুণ বেছি। তেওঁ কয় যে খেলো ইণ্ডিয়া আৰু টিঅ'পিএছৰ দৰে পদক্ষেপৰ নতুন পৰিস্থিতিতন্ত্ৰই বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ প্ৰতিভাশালী খেলুৱৈ বিচাৰি উলিয়াইছে। তেওঁ কয় যে টিঅ'পিএছত শীৰ্ষ খেলুৱৈসকলে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ প্ৰশিক্ষণ লাভ কৰে আৰু ৩০০০ খেলুৱৈ খেলো ইণ্ডিয়াত প্ৰশিক্ষণৰ অধীনত আছে। খেলুৱৈসকলে প্ৰতি বছৰে ৬ লাখৰ বৃত্তি লাভ কৰি আছে। খেলো ইণ্ডিয়াৰ অধীনত আৱিষ্কৃত প্ৰায় ১২৫ জন খেলুৱৈয়ে এছিয়ান গেমছত অংশগ্ৰহণ কৰিছিল আৰু ৩৬ টা পদক জিকিছিল। "খেলো ইণ্ডিয়াৰ জৰিয়তে প্ৰতিভা আৱিষ্কাৰ কৰি, তেওঁলোকক প্ৰতিপালন আৰু তেওঁলোকক টিঅ'পিএছৰ দ্বাৰা অলিম্পিকৰ পোডিয়ামত স্থান লাভৰ বাবে প্ৰশিক্ষণ আৰু মেজাজ প্ৰদান কৰাটো আমাৰ ৰোডমেপ", তেওঁ লগতে কয়। 

"যিকোনো দেশৰ ক্ৰীড়া খণ্ডৰ প্ৰগতি ইয়াৰ অৰ্থনীতিৰ প্ৰগতিৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ উল্লেখ কৰে যে ক্ৰীড়া ক্ষেত্ৰৰ লগতে দৈনন্দিন জীৱনত দেশৰ এক নেতিবাচক পৰিৱেশ প্ৰতিফলিত হয়, আনহাতে শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ সফলতা ইয়াৰ সামগ্ৰিক সফলতাৰ কাহিনীৰ সৈতে সাদৃশ্যপূৰ্ণ। শ্ৰী মোডীয়ে উল্লেখ কৰে যে ভাৰতে নতুন অভিলেখ ভংগ কৰিছে আৰু প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে। "ভাৰতৰ গতি আৰু মাত্ৰাৰ সৈতে মিলাটো কঠিন", তেওঁ গুৰুত্ব আৰোপ কৰে। বিগত ৩০ দিনত ভাৰতৰ সাফল্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদি ৰাষ্ট্ৰখনে একে পৰিমাণে আৰু গতিৰে আগবাঢ়ি গৈ থাকে, তেন্তে মোডীয়েই যুৱ প্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ নিশ্চয়তা দিব পাৰে। উদাহৰণ স্বৰূপে প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তি বন্দন বিধেয়ক, গগনযানৰ সফল পৰীক্ষা, ভাৰতৰ প্ৰথম দ্ৰুত ৰে'ল 'নমো ভাৰত'ৰ উদ্বোধন, বেংগালুৰু মেট্ৰ'ৰ সম্প্ৰসাৰণ, জম্মু-কাশ্মীৰৰ প্ৰথম ভিষ্টা ডোম ৰেল সেৱা, জি-২০ সন্মিলনৰ সফল সংগঠন দিল্লী-বদোদৰা এক্সপ্ৰেছৱেৰ উদ্বোধন, বিশ্ব ব্যাপী সামুদ্ৰিক সন্মিলনৰ ৬ লাখ কোটি টকাৰ চুক্তি, ভাৰতীয়সকলক ইজৰাইলৰ পৰা উলিয়াই অনা অপাৰেচন অজয়, ভাৰত আৰু শ্ৰীলংকাৰ মাজত ফেৰী সেৱাৰ আৰম্ভণি, ৫জি ব্যৱহাৰকাৰী শীৰ্ষ ৩খন দেশত ভাৰতৰ অন্তৰ্ভুক্তি, এপলৰ পিছত স্মাৰ্টফোন বনোৱাৰ গুগলৰ শেহতীয়া ঘোষণা, আৰু দেশত ফল আৰু পাচলি উৎপাদনৰ এক নতুন অভিলেখৰ কথা উল্লেখ কৰে। "এয়া তালিকাৰ মাত্ৰ আধা", তেওঁ উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত চলি থকা সকলো কামৰ আধাৰত হৈছে দেশৰ যুৱপ্ৰজন্ম। তেওঁ নতুন মঞ্চ 'মাই ভাৰত'ৰ বিষয়ে কয় যি যুৱসকলক নিজৰ মাজত আৰু দেশৰ আঁচনিসমূহৰ সৈতে সংযোগ কৰাৰ বাবে এক একক কেন্দ্ৰ হ'ব যাতে তেওঁলোকে তেওঁলোকৰ সম্ভাৱনীয়তা উপলব্ধি কৰাৰ আৰু ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ সৰ্বাধিক সুযোগ লাভ কৰে। ভাৰতৰ যুৱ শক্তিক বিকশিত ভাৰতৰ যুৱ শক্তি হিচাপে পৰিণত কৰাৰ বাবে এইটো এটা মাধ্যম হ'ব", তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আগন্তুক একতা দিৱসৰ ওপৰত অভিযান আৰম্ভ কৰিব। তেওঁ কয় যে সেইদিনা ৰান ফৰ ইউনিটিৰ এক বিশাল কাৰ্যসূচী থাকিব লাগে।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আজি যেতিয়া ভাৰতৰ সংকল্প আৰু প্ৰচেষ্টা ইমান ডাঙৰ, তেতিয়া স্বাভাৱিকতেই ভাৰতৰ আশা-আকাংক্ষা উচ্চ হ'ব। সেয়েহে আইঅ'চিৰ অধিৱেশনৰ সময়ত মই ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষা দাঙি ধৰিছিলো। মই অলিম্পিকৰ উচ্চতম সমিতিক আশ্বাস দিছিলো যে ভাৰতে ২০৩০ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ সাজু। অলিম্পিক আয়োজনৰ আমাৰ আকাংক্ষা কেৱল আৱেগতে সীমাবদ্ধ নহয়। ইয়াৰ পৰিৱৰ্তে, ইয়াৰ আঁৰত কিছু দৃঢ় কাৰণ আছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে ২০৩৬ চনত ভাৰতৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি সহজে অলিম্পিক আয়োজন কৰাৰ স্থিতিত থাকিব।

 

"আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াও এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ প্ৰতীক", প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ বাবে ইয়াৰ সম্ভাৱনা প্ৰদৰ্শন কৰাটো এক মহান মাধ্যম। তেওঁ গোৱা চৰকাৰ আৰু গোৱাৰ জনসাধাৰণে ৰাষ্ট্ৰীয় খেল আয়োজনৰ বাবে কৰা প্ৰস্তুতিৰ প্ৰশংসা কৰে। তেওঁ কয় যে ইয়াত সৃষ্টি কৰা ক্ৰীড়া আন্তঃগাঁথনি গোৱাৰ যুৱপ্ৰজন্মৰ বাবে আগন্তুক বহু দশকৰ বাবে উপযোগী হ'ব আৰু এই ভূমিয়ে দেশৰ বাবে বহুতো নতুন খেলুৱৈ প্ৰস্তুত কৰিব, আনহাতে ভৱিষ্যতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আয়োজনৰ বাবে আন্তঃগাঁথনি ব্যৱহাৰ কৰা হ'ব। "যোৱা কেইবছৰমানত গোৱাত যোগাযোগ সম্পৰ্কীয় আধুনিক আন্তঃগাঁথনিও নিৰ্মাণ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াই গোৱাৰ পৰ্যটন আৰু অৰ্থনীতিক যথেষ্ট লাভান্বিত কৰিব", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে গোৱাক উদযাপনৰ দেশ হিচাপে স্বীকাৰ কৰে আৰু গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু অধিবেশনৰ কেন্দ্ৰ হিচাপে ৰাজ্যখনৰ বৰ্ধিত মৰ্যাদাৰ কথা উল্লেখ কৰে। ২০১৬ চনৰ ব্ৰিকছ সন্মিলন আৰু বহুতো জি-২০ সন্মিলনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ দ্বাৰা 'বহনক্ষম পৰ্যটনৰ বাবে গোৱা ৰোডমেপ' গ্ৰহণ কৰাত আনন্দ প্ৰকাশ কৰে।

 

ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক প্ৰত্যাহ্বান যিয়েই নহওঁক, ক্ষেত্ৰ যিয়েই নহওঁক, প্ৰতিটো পৰিস্থিতিত সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ আহ্বান জনায়। "আমি এই সুযোগ হেৰুৱাব নালাগে। এই আহ্বানৰ সৈতে, মই ৩৭তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আৰম্ভণি ঘোষণা কৰিছো। আপোনালোক সকলো খেলুৱৈ লৈ আকৌ বহুতো শুভেচ্ছা। গোৱা সাজু হৈছে", তেওঁ সামৰণি মাৰিলে।

গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাই, গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্ত, কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি ড০ পি টি ঊষা অনান্য়ৰ সৈতে অনুষ্ঠানটোত উপস্থিত আছিল।

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দেশৰ ক্ৰীড়া সংস্কৃতিৰ এক আমূল পৰিৱৰ্তন ঘটিছে। নিৰন্তৰ চৰকাৰী সমৰ্থনৰ সহায়ত, খেলুৱৈসকলৰ প্ৰদৰ্শন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট উন্নতি হৈছে। শীৰ্ষ প্ৰদৰ্শনকাৰীসকলক চিনাক্ত কৰাৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ তাৎপৰ্য আৰু ক্ৰীড়াৰ জনপ্ৰিয়তা অধিক বৃদ্ধি কৰাৰ গুৰুত্বক স্বীকাৰ কৰি দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰা হৈছে।

 

প্ৰথমবাৰৰ বাবে গোৱাত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত হৈছে। খেলসমূহ ২৬ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব। দেশজুৰি ১০,০০০ ৰো অধিক খেলুৱৈয়ে ২৮ টা স্থানত ৪৩ টাতকৈও অধিক ক্ৰীড়া শাখাত প্ৰতিদ্বন্দিতা কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM Modi's address at the Parliament of Guyana
November 21, 2024

Hon’ble Speaker, मंज़ूर नादिर जी,
Hon’ble Prime Minister,मार्क एंथनी फिलिप्स जी,
Hon’ble, वाइस प्रेसिडेंट भरत जगदेव जी,
Hon’ble Leader of the Opposition,
Hon’ble Ministers,
Members of the Parliament,
Hon’ble The चांसलर ऑफ द ज्यूडिशियरी,
अन्य महानुभाव,
देवियों और सज्जनों,

गयाना की इस ऐतिहासिक पार्लियामेंट में, आप सभी ने मुझे अपने बीच आने के लिए निमंत्रित किया, मैं आपका बहुत-बहुत आभारी हूं। कल ही गयाना ने मुझे अपना सर्वोच्च सम्मान दिया है। मैं इस सम्मान के लिए भी आप सभी का, गयाना के हर नागरिक का हृदय से आभार व्यक्त करता हूं। गयाना का हर नागरिक मेरे लिए ‘स्टार बाई’ है। यहां के सभी नागरिकों को धन्यवाद! ये सम्मान मैं भारत के प्रत्येक नागरिक को समर्पित करता हूं।

साथियों,

भारत और गयाना का नाता बहुत गहरा है। ये रिश्ता, मिट्टी का है, पसीने का है,परिश्रम का है करीब 180 साल पहले, किसी भारतीय का पहली बार गयाना की धरती पर कदम पड़ा था। उसके बाद दुख में,सुख में,कोई भी परिस्थिति हो, भारत और गयाना का रिश्ता, आत्मीयता से भरा रहा है। India Arrival Monument इसी आत्मीय जुड़ाव का प्रतीक है। अब से कुछ देर बाद, मैं वहां जाने वाला हूं,

साथियों,

आज मैं भारत के प्रधानमंत्री के रूप में आपके बीच हूं, लेकिन 24 साल पहले एक जिज्ञासु के रूप में मुझे इस खूबसूरत देश में आने का अवसर मिला था। आमतौर पर लोग ऐसे देशों में जाना पसंद करते हैं, जहां तामझाम हो, चकाचौंध हो। लेकिन मुझे गयाना की विरासत को, यहां के इतिहास को जानना था,समझना था, आज भी गयाना में कई लोग मिल जाएंगे, जिन्हें मुझसे हुई मुलाकातें याद होंगीं, मेरी तब की यात्रा से बहुत सी यादें जुड़ी हुई हैं, यहां क्रिकेट का पैशन, यहां का गीत-संगीत, और जो बात मैं कभी नहीं भूल सकता, वो है चटनी, चटनी भारत की हो या फिर गयाना की, वाकई कमाल की होती है,

साथियों,

बहुत कम ऐसा होता है, जब आप किसी दूसरे देश में जाएं,और वहां का इतिहास आपको अपने देश के इतिहास जैसा लगे,पिछले दो-ढाई सौ साल में भारत और गयाना ने एक जैसी गुलामी देखी, एक जैसा संघर्ष देखा, दोनों ही देशों में गुलामी से मुक्ति की एक जैसी ही छटपटाहट भी थी, आजादी की लड़ाई में यहां भी,औऱ वहां भी, कितने ही लोगों ने अपना जीवन समर्पित कर दिया, यहां गांधी जी के करीबी सी एफ एंड्रूज हों, ईस्ट इंडियन एसोसिएशन के अध्यक्ष जंग बहादुर सिंह हों, सभी ने गुलामी से मुक्ति की ये लड़ाई मिलकर लड़ी,आजादी पाई। औऱ आज हम दोनों ही देश,दुनिया में डेमोक्रेसी को मज़बूत कर रहे हैं। इसलिए आज गयाना की संसद में, मैं आप सभी का,140 करोड़ भारतवासियों की तरफ से अभिनंदन करता हूं, मैं गयाना संसद के हर प्रतिनिधि को बधाई देता हूं। गयाना में डेमोक्रेसी को मजबूत करने के लिए आपका हर प्रयास, दुनिया के विकास को मजबूत कर रहा है।

साथियों,

डेमोक्रेसी को मजबूत बनाने के प्रयासों के बीच, हमें आज वैश्विक परिस्थितियों पर भी लगातार नजर ऱखनी है। जब भारत और गयाना आजाद हुए थे, तो दुनिया के सामने अलग तरह की चुनौतियां थीं। आज 21वीं सदी की दुनिया के सामने, अलग तरह की चुनौतियां हैं।
दूसरे विश्व युद्ध के बाद बनी व्यवस्थाएं और संस्थाएं,ध्वस्त हो रही हैं, कोरोना के बाद जहां एक नए वर्ल्ड ऑर्डर की तरफ बढ़ना था, दुनिया दूसरी ही चीजों में उलझ गई, इन परिस्थितियों में,आज विश्व के सामने, आगे बढ़ने का सबसे मजबूत मंत्र है-"Democracy First- Humanity First” "Democracy First की भावना हमें सिखाती है कि सबको साथ लेकर चलो,सबको साथ लेकर सबके विकास में सहभागी बनो। Humanity First” की भावना हमारे निर्णयों की दिशा तय करती है, जब हम Humanity First को अपने निर्णयों का आधार बनाते हैं, तो नतीजे भी मानवता का हित करने वाले होते हैं।

साथियों,

हमारी डेमोक्रेटिक वैल्यूज इतनी मजबूत हैं कि विकास के रास्ते पर चलते हुए हर उतार-चढ़ाव में हमारा संबल बनती हैं। एक इंक्लूसिव सोसायटी के निर्माण में डेमोक्रेसी से बड़ा कोई माध्यम नहीं। नागरिकों का कोई भी मत-पंथ हो, उसका कोई भी बैकग्राउंड हो, डेमोक्रेसी हर नागरिक को उसके अधिकारों की रक्षा की,उसके उज्जवल भविष्य की गारंटी देती है। और हम दोनों देशों ने मिलकर दिखाया है कि डेमोक्रेसी सिर्फ एक कानून नहीं है,सिर्फ एक व्यवस्था नहीं है, हमने दिखाया है कि डेमोक्रेसी हमारे DNA में है, हमारे विजन में है, हमारे आचार-व्यवहार में है।

साथियों,

हमारी ह्यूमन सेंट्रिक अप्रोच,हमें सिखाती है कि हर देश,हर देश के नागरिक उतने ही अहम हैं, इसलिए, जब विश्व को एकजुट करने की बात आई, तब भारत ने अपनी G-20 प्रेसीडेंसी के दौरान One Earth, One Family, One Future का मंत्र दिया। जब कोरोना का संकट आया, पूरी मानवता के सामने चुनौती आई, तब भारत ने One Earth, One Health का संदेश दिया। जब क्लाइमेट से जुड़े challenges में हर देश के प्रयासों को जोड़ना था, तब भारत ने वन वर्ल्ड, वन सन, वन ग्रिड का विजन रखा, जब दुनिया को प्राकृतिक आपदाओं से बचाने के लिए सामूहिक प्रयास जरूरी हुए, तब भारत ने CDRI यानि कोएलिशन फॉर डिज़ास्टर रज़ीलिएंट इंफ्रास्ट्रक्चर का initiative लिया। जब दुनिया में pro-planet people का एक बड़ा नेटवर्क तैयार करना था, तब भारत ने मिशन LiFE जैसा एक global movement शुरु किया,

साथियों,

"Democracy First- Humanity First” की इसी भावना पर चलते हुए, आज भारत विश्वबंधु के रूप में विश्व के प्रति अपना कर्तव्य निभा रहा है। दुनिया के किसी भी देश में कोई भी संकट हो, हमारा ईमानदार प्रयास होता है कि हम फर्स्ट रिस्पॉन्डर बनकर वहां पहुंचे। आपने कोरोना का वो दौर देखा है, जब हर देश अपने-अपने बचाव में ही जुटा था। तब भारत ने दुनिया के डेढ़ सौ से अधिक देशों के साथ दवाएं और वैक्सीन्स शेयर कीं। मुझे संतोष है कि भारत, उस मुश्किल दौर में गयाना की जनता को भी मदद पहुंचा सका। दुनिया में जहां-जहां युद्ध की स्थिति आई,भारत राहत और बचाव के लिए आगे आया। श्रीलंका हो, मालदीव हो, जिन भी देशों में संकट आया, भारत ने आगे बढ़कर बिना स्वार्थ के मदद की, नेपाल से लेकर तुर्की और सीरिया तक, जहां-जहां भूकंप आए, भारत सबसे पहले पहुंचा है। यही तो हमारे संस्कार हैं, हम कभी भी स्वार्थ के साथ आगे नहीं बढ़े, हम कभी भी विस्तारवाद की भावना से आगे नहीं बढ़े। हम Resources पर कब्जे की, Resources को हड़पने की भावना से हमेशा दूर रहे हैं। मैं मानता हूं,स्पेस हो,Sea हो, ये यूनीवर्सल कन्फ्लिक्ट के नहीं बल्कि यूनिवर्सल को-ऑपरेशन के विषय होने चाहिए। दुनिया के लिए भी ये समय,Conflict का नहीं है, ये समय, Conflict पैदा करने वाली Conditions को पहचानने और उनको दूर करने का है। आज टेरेरिज्म, ड्रग्स, सायबर क्राइम, ऐसी कितनी ही चुनौतियां हैं, जिनसे मुकाबला करके ही हम अपनी आने वाली पीढ़ियों का भविष्य संवार पाएंगे। और ये तभी संभव है, जब हम Democracy First- Humanity First को सेंटर स्टेज देंगे।

साथियों,

भारत ने हमेशा principles के आधार पर, trust और transparency के आधार पर ही अपनी बात की है। एक भी देश, एक भी रीजन पीछे रह गया, तो हमारे global goals कभी हासिल नहीं हो पाएंगे। तभी भारत कहता है – Every Nation Matters ! इसलिए भारत, आयलैंड नेशन्स को Small Island Nations नहीं बल्कि Large ओशिन कंट्रीज़ मानता है। इसी भाव के तहत हमने इंडियन ओशन से जुड़े आयलैंड देशों के लिए सागर Platform बनाया। हमने पैसिफिक ओशन के देशों को जोड़ने के लिए भी विशेष फोरम बनाया है। इसी नेक नीयत से भारत ने जी-20 की प्रेसिडेंसी के दौरान अफ्रीकन यूनियन को जी-20 में शामिल कराकर अपना कर्तव्य निभाया।

साथियों,

आज भारत, हर तरह से वैश्विक विकास के पक्ष में खड़ा है,शांति के पक्ष में खड़ा है, इसी भावना के साथ आज भारत, ग्लोबल साउथ की भी आवाज बना है। भारत का मत है कि ग्लोबल साउथ ने अतीत में बहुत कुछ भुगता है। हमने अतीत में अपने स्वभाव औऱ संस्कारों के मुताबिक प्रकृति को सुरक्षित रखते हुए प्रगति की। लेकिन कई देशों ने Environment को नुकसान पहुंचाते हुए अपना विकास किया। आज क्लाइमेट चेंज की सबसे बड़ी कीमत, ग्लोबल साउथ के देशों को चुकानी पड़ रही है। इस असंतुलन से दुनिया को निकालना बहुत आवश्यक है।

साथियों,

भारत हो, गयाना हो, हमारी भी विकास की आकांक्षाएं हैं, हमारे सामने अपने लोगों के लिए बेहतर जीवन देने के सपने हैं। इसके लिए ग्लोबल साउथ की एकजुट आवाज़ बहुत ज़रूरी है। ये समय ग्लोबल साउथ के देशों की Awakening का समय है। ये समय हमें एक Opportunity दे रहा है कि हम एक साथ मिलकर एक नया ग्लोबल ऑर्डर बनाएं। और मैं इसमें गयाना की,आप सभी जनप्रतिनिधियों की भी बड़ी भूमिका देख रहा हूं।

साथियों,

यहां अनेक women members मौजूद हैं। दुनिया के फ्यूचर को, फ्यूचर ग्रोथ को, प्रभावित करने वाला एक बहुत बड़ा फैक्टर दुनिया की आधी आबादी है। बीती सदियों में महिलाओं को Global growth में कंट्रीब्यूट करने का पूरा मौका नहीं मिल पाया। इसके कई कारण रहे हैं। ये किसी एक देश की नहीं,सिर्फ ग्लोबल साउथ की नहीं,बल्कि ये पूरी दुनिया की कहानी है।
लेकिन 21st सेंचुरी में, global prosperity सुनिश्चित करने में महिलाओं की बहुत बड़ी भूमिका होने वाली है। इसलिए, अपनी G-20 प्रेसीडेंसी के दौरान, भारत ने Women Led Development को एक बड़ा एजेंडा बनाया था।

साथियों,

भारत में हमने हर सेक्टर में, हर स्तर पर, लीडरशिप की भूमिका देने का एक बड़ा अभियान चलाया है। भारत में हर सेक्टर में आज महिलाएं आगे आ रही हैं। पूरी दुनिया में जितने पायलट्स हैं, उनमें से सिर्फ 5 परसेंट महिलाएं हैं। जबकि भारत में जितने पायलट्स हैं, उनमें से 15 परसेंट महिलाएं हैं। भारत में बड़ी संख्या में फाइटर पायलट्स महिलाएं हैं। दुनिया के विकसित देशों में भी साइंस, टेक्नॉलॉजी, इंजीनियरिंग, मैथ्स यानि STEM graduates में 30-35 परसेंट ही women हैं। भारत में ये संख्या फोर्टी परसेंट से भी ऊपर पहुंच चुकी है। आज भारत के बड़े-बड़े स्पेस मिशन की कमान महिला वैज्ञानिक संभाल रही हैं। आपको ये जानकर भी खुशी होगी कि भारत ने अपनी पार्लियामेंट में महिलाओं को रिजर्वेशन देने का भी कानून पास किया है। आज भारत में डेमोक्रेटिक गवर्नेंस के अलग-अलग लेवल्स पर महिलाओं का प्रतिनिधित्व है। हमारे यहां लोकल लेवल पर पंचायती राज है, लोकल बॉड़ीज़ हैं। हमारे पंचायती राज सिस्टम में 14 लाख से ज्यादा यानि One point four five मिलियन Elected Representatives, महिलाएं हैं। आप कल्पना कर सकते हैं, गयाना की कुल आबादी से भी करीब-करीब दोगुनी आबादी में हमारे यहां महिलाएं लोकल गवर्नेंट को री-प्रजेंट कर रही हैं।

साथियों,

गयाना Latin America के विशाल महाद्वीप का Gateway है। आप भारत और इस विशाल महाद्वीप के बीच अवसरों और संभावनाओं का एक ब्रिज बन सकते हैं। हम एक साथ मिलकर, भारत और Caricom की Partnership को और बेहतर बना सकते हैं। कल ही गयाना में India-Caricom Summit का आयोजन हुआ है। हमने अपनी साझेदारी के हर पहलू को और मजबूत करने का फैसला लिया है।

साथियों,

गयाना के विकास के लिए भी भारत हर संभव सहयोग दे रहा है। यहां के इंफ्रास्ट्रक्चर में निवेश हो, यहां की कैपेसिटी बिल्डिंग में निवेश हो भारत और गयाना मिलकर काम कर रहे हैं। भारत द्वारा दी गई ferry हो, एयरक्राफ्ट हों, ये आज गयाना के बहुत काम आ रहे हैं। रीन्युएबल एनर्जी के सेक्टर में, सोलर पावर के क्षेत्र में भी भारत बड़ी मदद कर रहा है। आपने t-20 क्रिकेट वर्ल्ड कप का शानदार आयोजन किया है। भारत को खुशी है कि स्टेडियम के निर्माण में हम भी सहयोग दे पाए।

साथियों,

डवलपमेंट से जुड़ी हमारी ये पार्टनरशिप अब नए दौर में प्रवेश कर रही है। भारत की Energy डिमांड तेज़ी से बढ़ रही हैं, और भारत अपने Sources को Diversify भी कर रहा है। इसमें गयाना को हम एक महत्वपूर्ण Energy Source के रूप में देख रहे हैं। हमारे Businesses, गयाना में और अधिक Invest करें, इसके लिए भी हम निरंतर प्रयास कर रहे हैं।

साथियों,

आप सभी ये भी जानते हैं, भारत के पास एक बहुत बड़ी Youth Capital है। भारत में Quality Education और Skill Development Ecosystem है। भारत को, गयाना के ज्यादा से ज्यादा Students को Host करने में खुशी होगी। मैं आज गयाना की संसद के माध्यम से,गयाना के युवाओं को, भारतीय इनोवेटर्स और वैज्ञानिकों के साथ मिलकर काम करने के लिए भी आमंत्रित करता हूँ। Collaborate Globally And Act Locally, हम अपने युवाओं को इसके लिए Inspire कर सकते हैं। हम Creative Collaboration के जरिए Global Challenges के Solutions ढूंढ सकते हैं।

साथियों,

गयाना के महान सपूत श्री छेदी जगन ने कहा था, हमें अतीत से सबक लेते हुए अपना वर्तमान सुधारना होगा और भविष्य की मजबूत नींव तैयार करनी होगी। हम दोनों देशों का साझा अतीत, हमारे सबक,हमारा वर्तमान, हमें जरूर उज्जवल भविष्य की तरफ ले जाएंगे। इन्हीं शब्दों के साथ मैं अपनी बात समाप्त करता हूं, मैं आप सभी को भारत आने के लिए भी निमंत्रित करूंगा, मुझे गयाना के ज्यादा से ज्यादा जनप्रतिनिधियों का भारत में स्वागत करते हुए खुशी होगी। मैं एक बार फिर गयाना की संसद का, आप सभी जनप्रतिनिधियों का, बहुत-बहुत आभार, बहुत बहुत धन्यवाद।