Quoteইউপিএছআইডিএ এগ্ৰো পাৰ্ক কাৰ্খিয়াওঁত বানাছ কাশী সংকুল দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিট উদ্বোধন
Quoteএইচপিচিএলৰ এলপিজি বটলিং প্লান্ট, ইউপিএছআইডিএ এগ্ৰো পাৰ্কত ভিন্ন আন্তঃগাঁথনিগত কামআৰু ছিল্ক ফেব্ৰিক প্ৰিন্টিং কমন ফেচেলিটি উদ্বোধন
Quoteএকাধিক পথ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
Quoteবাৰাণসীত একাধিক নগৰ উন্নয়ন, পৰ্যটন আৰু আধ্যাত্মিক পৰ্যটন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন
Quoteনেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজি (NIFT), বাৰাণসীৰ আধাৰশিলা স্থাপন
Quoteবিএইচইউত নতুন মেডিকেল কলেজ আৰু নেচনেল চেন্টাৰ অৱ এজিঙৰ আধাৰশিলা স্থাপন
Quoteআজিৰ উন্নয়ন প্ৰকল্পসমূহে পথ, ৰেল, বিমান পৰিবহণ, পৰ্যটন, শিক্ষা, স্বাস্থ্য, খোৱাপানী, নগৰ উন্নয়নআৰু অনাময় ব্যৱস্থা আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লয়।
Quoteপ্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত ৰবিদাস জীৰ সৈতে জড়িত প্ৰকল্পসমূহৰ কথাও উল্লেখেৰে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।
Quoteবিগত ১০ বছৰৰ উন্নয়নৰ গতিৰ কথা ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছিগ্ৰা স্পৰ্টছ ষ্টেডিয়াম পৰ্য্যায়-১ আৰু জিলা ৰাইফল শ্বুটিং ৰেঞ্জে অঞ্চলটোৰ যুৱ খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব।
Quoteগংগা নদীৰ পাৰত প্ৰাকৃতিক কৃষিৰ ক্ৰমবৰ্ধমান ধাৰাটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গোবৰ ধন আঁচনিৰ অধীনত জৈৱিক গোবৰৰ উপযোগিতাক স্বীকাৰ কৰে।
Quoteতেখেতে কয় যে কেৱল কৃষকসকলক বকেয়া মুক্ত কৰাই নহয়, শস্যৰ দামো বৃদ্ধি কৰা হৈছে।
Quoteভাৰতীয় অভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই(IWAI) বাৰাণসী আৰু অযোধ্যাৰ বাবে প্ৰদান কৰা বৈদ্যুতিক কেটামাৰান জাহাজৰ আৰম্ভণিৰ কথা উল্লেখেৰেপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ব্যৱস্থাই ভ্ৰমণকাৰীসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব।
Quote“মোদীৰ নিশ্চয়তাৰ ওপৰত যদি দেশ আৰু বিশ্বৰ ইমান বিশ্বাস আছে, তেন্তে সেয়া আপোনালোকৰ মৰম আৰু বাবাৰ আশীৰ্বাদৰ বাবেহে সম্ভৱ হৈছে”, এইবুলি কৈ তেখেতে ভাষণৰ সামৰণি মাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত ১৩,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীৰ কাৰ্খিয়াওঁৰ ইউপিএছআইডিএ এগ্ৰো পাৰ্কত স্থাপিত বানাছকান্থা জিলা সমবায় দুগ্ধ উৎপাদক ইউনিয়ন লিমিটেডৰ এটি দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিট বানাছ কাশী সংকুল পৰিদৰ্শনেৰে গো-পালকসকলৰ সৈতে মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিয়োগ পত্ৰ আৰু জিআই-কৰ্তৃত্বপ্ৰাপ্ত ব্যৱহাৰকাৰীৰ প্ৰমাণ পত্ৰও প্ৰদান কৰে। আজিৰ উন্নয়ন প্ৰকল্পসমূহে পথ, ৰেল, বিমান পৰিবহণ, পৰ্যটন, শিক্ষা, স্বাস্থ্য, খোৱাপানী, নগৰ উন্নয়নআৰু অনাময় ব্যৱস্থা আদি গুৰুত্বপূৰ্ণ খণ্ডসমূহক সামৰি লয়।

 

|

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰবাৰ কাশীত উপস্থিত হোৱাৰ কথা উল্লেখেৰে ১০ বছৰ পূৰ্বে মহানগৰখনৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ কথা স্মৰণ কৰে। তেখেতে কয় যে এই ১০ বছৰত বেনাৰসে তেওঁক বেনাৰসীলৈ ৰূপান্তৰিত কৰিছে। শ্ৰী মোদীয়ে কাশীবাসীৰ সহযোগিতা আৰু অৱদানক প্ৰশংসাৰে কয় যে আজিৰ ১৩ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰে এখনি নতুন কাশী সৃষ্টিৰ অভিযান আৰম্ভ কৰা হৈছে। তেখেতে কয় যে ৰেল, পথ, বিমানবন্দৰ সম্পৰ্কীয় প্ৰকল্প, পশুপালন, উদ্যোগ, ক্ৰীড়া, দক্ষতা বিকাশ, পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্য, আধ্যাত্মিকতা, পৰ্যটনআৰু এলপিজি গেছ আদি ভিন্ন খণ্ডৰপৰা আৰম্ভ কৰি উন্নয়নমূলক প্ৰকল্পসমূহেসমগ্ৰ অঞ্চলটোৰ অগ্ৰগতি সাধন কৰিব। ইয়াৰদ্বাৰা নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব বুলিও তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্ত ৰবিদাস জীৰ সৈতে জড়িত প্ৰকল্পসমূহৰ কথাও উল্লেখেৰে নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।

কাশী আৰু পূব উত্তৰ প্ৰদেশৰ উন্নয়নমূলক প্ৰকল্পসমূহক লৈ আনন্দ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা নিশা অতিথিশালালৈ যোৱাৰ পথত পথ ভ্ৰমণৰ কথা স্মৰণেৰে ফুলৱাৰিয়া উৰণীয়া সেতু প্ৰকল্পৰ সুফলৰ কথা উল্লেখ কৰে। তেখেতে বিএলডব্লিউৰপৰা বিমানবন্দৰলৈ যাত্ৰাত সুচলতাৰ কথাও উল্লেখ কৰে। গুজৰাটৰপৰা তাত অৱতৰণ কৰিয়েই প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়ন প্ৰকল্পটো পৰিদৰ্শন কৰে। বিগত ১০ বছৰৰ উন্নয়নৰ গতিৰ কথা ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ছিগ্ৰা স্পৰ্টছ ষ্টেডিয়াম পৰ্য্যায়-১ আৰু জিলা ৰাইফল শ্বুটিং ৰেঞ্জে অঞ্চলটোৰ যুৱ খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব।

 

|

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বানাছ ডেইৰী ভ্ৰমণৰ লগতে কেইবাগৰাকীও পশুপালক মহিলাৰ সৈতে মত-বিনিময়ৰ কথা উল্লেখ কৰে। তেখেতে কয় যে কৃষি পটভূমিৰ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে ২-৩ বছৰ পূৰ্বে গীৰ গাইৰ থলুৱা জাতৰ যোগান ধৰা হৈছিল। গীৰ গাইৰ সংখ্যা এতিয়া প্ৰায় ৩৫০ পৰ্য্যন্ত হোৱাৰ কথাটো লক্ষ্যৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাইছে যে সাধাৰণ গায়ে উৎপাদন কৰা ৫ লিটাৰ গাখীৰৰ তুলনাত ১৫ লিটাৰ পৰ্য্যন্ত গাখীৰ উৎপাদন কৰে গীৰ গায়ে। তেখেতে লগতে কয় যে তেনে এজনা গীৰগাইৰ জৰিয়তে ২০ লিটাৰ গাখীৰ উৎপাদনেৰে মহিলাসকলৰ বাবে অতিৰিক্ত উপাৰ্জনৰ পথ সৃষ্টি হোৱাত তেওঁলোক একো-একোগৰাকী লাখপতি দিদিহৈ উঠিছে। “দেশৰ আত্মসহায়ক গোটৰ সৈতে জড়িত ১০ কোটি মহিলাৰ বাবে এয়া এক বৃহৎ প্ৰেৰণা”, তেখেতে লগতে কয়।

দুবছৰ পূৰ্বে বানাছডেইৰীৰ আধাৰশিলা স্থাপনৰ কথাস্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেইদিনা দিয়া নিশ্চয়তা আজি ৰাইজৰ সন্মুখত দৃশ্যমান হৈছে। তেখেতে কয় যে সঠিক বিনিয়োগৰ জৰিয়তে নিয়োগ সৃষ্টিৰ এক উত্তম উদাহৰণ হ’ল বানাছ ডেইৰী। বানাছ ডেইৰীয়ে বাৰাণসী, মিৰ্জাপুৰ, গাজীপুৰ আৰু ৰায়বেৰেলীৰপৰা প্ৰায় ২ লাখ লিটাৰ গাখীৰ সংগ্ৰহ কৰে। নতুন প্ৰকল্প আৰম্ভৰ লগে-লগে বলিয়া, চণ্ডাউলী, প্ৰয়াগৰাজ আৰু জৌনপুৰৰ পশুপালকসকলো উপকৃত হ’ব। এই প্ৰকল্পৰ অধীনত বাৰাণসী, জৌনপুৰ, চন্দৌলি, গাজীপুৰ আৰু আজমগড় জিলাৰ ১,০০০ৰোধিক গাঁৱত নতুন মিল্ক মেণ্ডি গঠন হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বানাছ কাশী সংকুলে হাজাৰ-হাজাৰ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। এক হিচাপ অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যেবানাছ কাশী সংকুলে ৩ লাখৰো অধিক কৃষকৰ আয়ত এক উদ্দীপনা যোগাব। তেখেতে জনোৱা মতে, ইউনিটটোৱে আন-আন দুগ্ধজাত সামগ্ৰী যেনেঃ বাটাৰমিল্ক, দৈ, লাছি, আইচক্ৰীম, পনীৰ আৰু থলুৱা মিঠাই প্ৰস্তুতৰ কামো হাতত ল’ব। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই ভাৰতৰ চুক-কোণলৈ বাৰাণসীৰ মিঠাই উপলব্ধ কৰাৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেখেতে গাখীৰ পৰিবহণক নিয়োগৰ মাধ্যম হিচাপে অভিহিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দুগ্ধ খণ্ডত মহিলাৰ প্ৰাধান্য লক্ষ্যৰে পশুপালক ভগ্নীসকলৰ একাউন্টলৈ পোনপটীয়াকৈ ধন হস্তান্তৰৰ ব্যৱস্থা গঢ়ি তুলিবলৈ দুগ্ধ খণ্ডৰ নেতৃত্বক অনুৰোধ জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন শ্ৰমিকক সহায়ৰ ক্ষেত্ৰত পশুপালনৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অন্ত দাতাৰপৰা শক্তি দাতালৈ ৰূপান্তৰিতকৰণৰ অৰ্থে চৰকাৰৰ সংকল্প পুনৰবাৰ উল্লেখ কৰে। তেখেতে গোবৰ ধনত এই সুযোগৰ বিষয়ে অৱগত কৰি বাঅ’ চিএনজি আৰু জৈৱিক গোবৰ প্ৰস্তুতৰ বাবে দুগ্ধ শাখাত থকা প্ৰকল্পসমূহৰ বিষয়ে কয়। গংগা নদীৰ পাৰত প্ৰাকৃতিক কৃষিৰ ক্ৰমবৰ্ধমান ধাৰাটো লক্ষ্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গোবৰ ধন আঁচনিৰ অধীনত জৈৱিক গোবৰৰ উপযোগিতাক স্বীকাৰ কৰে।

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৃষক আৰু পশুপালকসকল চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। তেখেতে যোৱা কেবিনেট বৈঠকত কুঁহিয়াৰৰ এফআৰপি পুনৰীক্ষণেৰে প্ৰতি কুইন্টলত ৩৪০ টকাআৰু ৰাষ্ট্ৰীয় পশুধন অভিযানত সংশোধনীৰে পশুধন বীমা কাৰ্য্যক্ৰমক শিথিলকৰণৰ কথা উল্লেখ কৰে। তেখেতে কয় যে কেৱল কৃষকসকলক বকেয়া মুক্ত কৰাই নহয়, শস্যৰ দামো বৃদ্ধি কৰা হৈছে।

“আত্মনিৰ্ভৰ ভাৰত বিকশিত ভাৰতৰ ভেটি হ’ব”, পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ চিন্তা প্ৰক্ৰিয়াৰ পাৰ্থক্যৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে কয় যে আত্মনিৰ্ভৰ ভাৰত তেতিয়াহে বাস্তৱত পৰিণত হ’ব, যেতিয়া দেশৰ ক্ষুদ্ৰ-ক্ষুদ্ৰ সম্ভাৱনাসমূহক পুনৰ শক্তি প্ৰদান কৰা হ’বআৰু ক্ষুদ্ৰ কৃষক, পশুপালক, শিপিনী তথা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক সহায় আগবঢ়োৱা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভকেল ফৰ লোকেলৰ আহ্বানটো টেলিভিছন আৰু বাতৰি কাকতৰ বিজ্ঞাপনত ব্যয় কৰিব নোৱাৰা বজাৰৰ ক্ষুদ্ৰ প্লেয়াৰসকলৰ বাবে এক বিজ্ঞাপন। “খাদী, খেলনা প্ৰস্তুতকাৰী, মেক ইন ইণ্ডিয়া, বা দেখো অপনা দেশৰ প্ৰচাৰেই হওঁক, মোদীয়েই প্ৰতিজন ক্ষুদ্ৰ কৃষক আৰু উদ্যোগৰ এম্বেছাদৰ” বুলি তেখেতে কয়। তেখেতে পৰ্য্যবেক্ষণ কৰে যে এনে আহ্বানৰ প্ৰভাৱ কাশীতো প্ৰত্যক্ষ কৰিব পাৰি য’ত বিশ্বনাথ ধাম সজীৱ হোৱাৰ পিছৰেপৰা ১২ কোটিৰো অধিক পৰ্যটকে চহৰখন ভ্ৰমণ কৰিছে যাৰ ফলত আয় আৰু কৰ্মসংস্থাপনৰ সুযোগৰ উত্থান ঘটিছে। ভাৰতীয় অভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই(IWAI) বাৰাণসী আৰু অযোধ্যাৰ বাবে প্ৰদান কৰা বৈদ্যুতিক কেটামাৰান জাহাজৰ আৰম্ভণিৰ কথা উল্লেখেৰেপ্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ব্যৱস্থাই ভ্ৰমণকাৰীসকলক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব।

পূৰ্বৰ সময়ত বংশৰ ৰাজনীতি, দুৰ্নীতি আৰু তুষ্টিকৰণৰ কু-প্ৰভাৱৰ বিষয়েও প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশদভাৱে কয়। কাশীৰ যুৱক-যুৱতীসকলক কেতবোৰ বিশেষ পক্ষইপ্ৰভাৱিত কৰা কাৰ্য্যকোতেখেতে সমালোচনা কৰে। এই শক্তিসমূহৰ মাজত কাশী আৰু অযোধ্যাৰ নতুন ৰূপৰ প্ৰতি থকা ঘৃণাও তেখেতে লক্ষ্য কৰে।

 

|

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মোদীৰ তৃতীয় কাৰ্য্যকালত ভাৰতৰ সামৰ্থ্যক বিশ্বৰ আগস্থানলৈ অনা হ’ব আৰু ভাৰতৰ অৰ্থনৈতিক, সামাজিক, কৌশলগতআৰু সাংস্কৃতিক খণ্ড নতুন শিখৰত উপনীত হ’ব।” ভাৰতৰ অগ্ৰগতিৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ১০ বছৰত ১১ নম্বৰ স্থানৰপৰা বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতিলৈ অগ্ৰগতিৰ কথা উল্লেখ কৰে। তেখেতে আৰু কয় যে অহা ৫ বছৰত ভাৰত ৩য় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। ডিজিটেল ইণ্ডিয়া, পথ বহলীকৰণ, আধুনিকীকৰণ ৰেল ষ্টেচনআৰু বন্দে ভাৰত, অমৃত ভাৰতআৰু নমো ভাৰত ৰেলৰ দৰে উন্নয়নমূলক কাম আগন্তুক ৫ বছৰত ত্বৰান্বিত হ’ব বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়। “পূব ভাৰতক বিকশিত ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাটো মোদীৰ নিশ্চয়তা”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। বাৰাণসীৰপৰা ঔৰংগাবাদলৈ ছয় লেনযুক্ত ঘাইপথৰ প্ৰথম পৰ্য্যায়ৰ উদ্বোধনী সন্দৰ্ভত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক ৫ বছৰত বাৰাণসী-ৰাঁচী-কলকাতা এক্সপ্ৰেছৱেৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে বাৰাণসীৰপৰা কলকাতালৈ যাত্ৰাৰ সময় প্ৰায় আধালৈ হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আগন্তুক ৫ বছৰত কাশীৰ উন্নয়নকএক নতুন মাত্ৰা প্ৰদানৰ আশা কৰিছে। তেখেতে কাশী ৰ’পৱে আৰু বিমানবন্দৰৰ ক্ষমতাৰ ব্যাপক বৃদ্ধিৰ কথা উল্লেখ কৰে। তেখেতে কয় যে কাশীয়ে দেশৰ এক গুৰুত্বপূৰ্ণ ক্ৰীড়া চহৰ হিচাপে আত্মপ্ৰকাশ কৰিব। লগতে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানত কাশীয়ে এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেখেতে অৱগত কৰে যে অহা ৫ বছৰত কাশী সংস্থাপন আৰু দক্ষতাৰ কেন্দ্ৰবিন্দু হ’ব। এই সময়ছোৱাত নেচনেল ইনষ্টিটিউচন অৱ ফেশ্বন টেকন’লজিৰ কেম্পাছো সম্পূৰ্ণ হ’ব যিয়ে অঞ্চলটোৰ যুৱক-যুৱতী আৰু শিপিনীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব। “যোৱা দশকত আমি কাশীক স্বাস্থ্য আৰু শিক্ষাৰ কেন্দ্ৰ হিচাপে এক নতুন পৰিচয় প্ৰদান কৰিছোঁ। এতিয়া ইয়াত এখন নতুন মেডিকেল কলেজো সংযোজন হ’বলৈ আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। বিএইচইউৰ নেচনেল চেন্টাৰ অৱ এজিঙৰ সমান্তৰালকৈ আজি ৩৫ কোটি টকাৰ একাধিক ডায়েগনষ্টিক মেচিন আৰু সঁজুলি উদ্বোধন কৰা হয়। চিকিৎসালয়খনৰ জৈৱ-বিপজ্জনক আৱৰ্জনাসমূহৰে মোকাবিলাকৰণৰ বাবেও এক সুবিধা গঢ়ি তোলা হৈছে।

 

|

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কাশী আৰু উত্তৰ প্ৰদেশৰ দ্ৰুত বিকাশ অব্যাহত থাকিব লাগিব আৰু কাশীৰ প্ৰতিজন বাসিন্দাক একত্ৰিত হ’বলৈ আহ্বান জনায়। “মোদীৰ নিশ্চয়তাৰ ওপৰত যদি দেশ আৰু বিশ্বৰ ইমান বিশ্বাস আছে, তেন্তে সেয়া আপোনালোকৰ মৰম আৰু বাবাৰ আশীৰ্বাদৰ বাবেহে সম্ভৱ হৈছে”, এইবুলি কৈ তেখেতে ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্রিজেশ পাঠক, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মহেন্দ্ৰ নাথ পাণ্ডে আৰু বানাছ ডেইৰীৰ অধ্যক্ষ শ্ৰী শংকৰভাই চৌধাৰীকে প্ৰমুখ্য কৰি বিশিষ্ট লোকসকল উপস্থিত থাকে।

ভূমি

বাৰাণসীৰ পথ সংযোগ আৰু অধিক উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-২৩৩ৰ ঘৰগ্ৰা-দলং-বাৰাণসী শাখা চাৰিলেনযুক্ত কৰাৰ লগতে একাধিক পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে; ইয়াৰ ভিতৰত আছে ৰাষ্ট্ৰীয় ঘাইপথ-৫৬ৰ চুলতানপুৰ-বাৰাণসী শাখা চাৰিলেনযুক্ত কৰা পেকেজ-১; ৰাষ্ট্ৰীয় ঘাইপথ-১৯ৰ বাৰাণসী-ঔৰঙ্গাবাদ শাখা প্ৰথম পৰ্যায়ৰ ছয়লেনযুক্ত কৰা; ৰাষ্ট্ৰীয় ঘাইপথ-৩৫-ত পেকেজ-১ত বাৰাণসী-হনুমানা শাখাৰ চাৰিলেনযুক্ত কৰা; আৰু বাবতপুৰৰ ওচৰৰ বাৰাণসী-জৌনপুৰ ৰেল শাখাত আৰ.ও.বি.। তেওঁ বাৰাণসী-ৰাঁচী-কলকাতা এক্সপ্ৰেছৱে পেকেজ-১ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে।

অঞ্চলটোত ঔদ্যোগিক বিকাশত গতি প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সেৱাপুৰীত এইচপিচিএলৰ এলপিজি বটলিং প্ৰকল্প; ইউপিএছআইডিএ কৃষি উদ্যান কাৰখিয়াওনত বনস কাশী চানকুল গাখীৰ প্ৰক্ৰিয়াকৰণ গোট; কাৰ্খিয়াওঁৰ ইউপিএছআইডিএ কৃষি উদ্যানত বিভিন্ন আন্তঃগাঁথনিৰ কাম; আৰু শিপিনীসকলৰ বাবে ৰেচম কাপোৰ মুদ্ৰণ উমৈহতীয়া সুবিধা কেন্দ্ৰ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰমনাত এনটিপিচিৰ দ্বাৰা নগৰীয়া আৱৰ্জনাৰ পৰা কাঠকয়লা উৎপাদন প্ৰকল্পকে ধৰি কেবাটাও নগৰ উন্নয়নমূলক প্ৰকল্প; চিছ-বৰুণ এলেকাত পানী যোগান ব্যৱস্থা উন্নীতকৰণ; আৰু এছটিপি আৰু চিৱেৰেজ পাম্পিং ষ্টেচনৰ অনলাইন বৰ্জিত নিৰীক্ষণ আৰু এছচিএডিএ স্বয়ংক্ৰিয়কৰণ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ সৌন্দৰ্যবৰ্ধনৰ বাবে পুখুৰী পুনৰুজ্জীৱিত কৰা আৰু উদ্যানসমূহৰ পুনৰ্বিকাশৰ প্ৰকল্পকে ধৰি একাধিক প্ৰকল্প; আৰু থ্ৰি-ডি নগৰীয়া ডিজিটেল মানচিত্ৰ আৰু ডাটাবেছৰ ডিজাইন আৰু বিকাশৰ বাবে আধাৰশিলা স্থাপন কৰে।

 

|

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত পৰ্যটন আৰু আধ্যাত্মিক পৰ্যটন সম্পৰ্কীয় একাধিক প্ৰকল্পও উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে পঞ্চকোশী পৰিক্ৰমা মাৰ্গৰ পাঁচটা পদৱত ৰাজহুৱা সুবিধাৰ পুনৰ্বিকাশ আৰু দহটা আধ্যাত্মিক যাত্ৰাৰ সৈতে পৱন পথ; বাৰাণসী আৰু অযোধ্যাৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (আইডব্লিউএআই) প্ৰদান কৰা বৈদ্যুতিক কেটামাৰান জাহাজৰ যাত্ৰা; আৰু সাতটা চেঞ্জ ৰুম ফ্লোটিং জেটি আৰু চাৰিটা কমিউনিটি জেটি। বৈদ্যুতিক কেটামাৰানে সেউজ শক্তিৰ ব্যৱহাৰেৰে গঙ্গাত পৰ্যটনৰ অভিজ্ঞতা বৃদ্ধি কৰিব। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন চহৰত আইডব্লিউএআইৰ তেৰটা সামূহিক জেটিৰ আধাৰশিলা আৰু বালিয়াত দ্ৰুত পন্টুন মুকলি প্ৰণালীও স্থাপন কৰে।

বাৰাণসীৰ বিখ্যাত বস্ত্ৰ খণ্ডক গতি প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠানৰ (এনআইএফটি) আধাৰশিলা স্থাপন কৰে। নতুন প্ৰতিষ্ঠানটোৱে বস্ত্ৰ খণ্ডৰ শিক্ষা আৰু প্ৰশিক্ষণ আন্তঃগাঁথনি শক্তিশালী কৰিব।

বাৰাণসীত স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত এখন নতুন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। তেওঁ বিএইচইউত নেচনেল চেণ্টাৰ ফৰ এজিঙৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে চিগ্ৰা ক্ৰীড়া ষ্টেডিয়ামৰ প্ৰথম পৰ্যায় আৰু জিলা ৰাইফল শ্বুটিং ৰেঞ্জ উদ্বোধন কৰে, যি চহৰখনৰ ক্ৰীড়া আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Narender Kumar Jakhar November 07, 2024

    jai shri Modi ji
  • Narender Kumar Jakhar November 07, 2024

    jai shree ram
  • Reena chaurasia September 03, 2024

    मोदी
  • Reena chaurasia September 03, 2024

    बीजेपी
  • Jorubhai Mala April 26, 2024

    જય જય શ્રીરામ
  • Pradhuman Singh Tomar April 25, 2024

    BJP
  • Nanu Ben Dhuva April 22, 2024

    nanu ban Duva
  • Madhu Sudan singh Madhu Sudan Singh April 09, 2024

    Modi Ji Aapko Bahut Thanks And its time aap hi mat dan me 400 par Aaye aur
  • Jayanta Kumar Bhadra April 09, 2024

    Ganesh namaste
  • Jayanta Kumar Bhadra April 09, 2024

    om Shanti Om
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Media Coverage

"Huge opportunity": Japan delegation meets PM Modi, expressing their eagerness to invest in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit
March 28, 2025
QuoteToday, the world's eyes are on India: PM
QuoteIndia's youth is rapidly becoming skilled and driving innovation forward: PM
Quote"India First" has become the mantra of India's foreign policy: PM
QuoteToday, India is not just participating in the world order but also contributing to shaping and securing the future: PM
QuoteIndia has given Priority to humanity over monopoly: PM
QuoteToday, India is not just a Nation of Dreams but also a Nation That Delivers: PM

श्रीमान रामेश्वर गारु जी, रामू जी, बरुन दास जी, TV9 की पूरी टीम, मैं आपके नेटवर्क के सभी दर्शकों का, यहां उपस्थित सभी महानुभावों का अभिनंदन करता हूं, इस समिट के लिए बधाई देता हूं।

TV9 नेटवर्क का विशाल रीजनल ऑडियंस है। और अब तो TV9 का एक ग्लोबल ऑडियंस भी तैयार हो रहा है। इस समिट में अनेक देशों से इंडियन डायस्पोरा के लोग विशेष तौर पर लाइव जुड़े हुए हैं। कई देशों के लोगों को मैं यहां से देख भी रहा हूं, वे लोग वहां से वेव कर रहे हैं, हो सकता है, मैं सभी को शुभकामनाएं देता हूं। मैं यहां नीचे स्क्रीन पर हिंदुस्तान के अनेक शहरों में बैठे हुए सब दर्शकों को भी उतने ही उत्साह, उमंग से देख रहा हूं, मेरी तरफ से उनका भी स्वागत है।

साथियों,

आज विश्व की दृष्टि भारत पर है, हमारे देश पर है। दुनिया में आप किसी भी देश में जाएं, वहां के लोग भारत को लेकर एक नई जिज्ञासा से भरे हुए हैं। आखिर ऐसा क्या हुआ कि जो देश 70 साल में ग्यारहवें नंबर की इकोनॉमी बना, वो महज 7-8 साल में पांचवे नंबर की इकोनॉमी बन गया? अभी IMF के नए आंकड़े सामने आए हैं। वो आंकड़े कहते हैं कि भारत, दुनिया की एकमात्र मेजर इकोनॉमी है, जिसने 10 वर्षों में अपने GDP को डबल किया है। बीते दशक में भारत ने दो लाख करोड़ डॉलर, अपनी इकोनॉमी में जोड़े हैं। GDP का डबल होना सिर्फ आंकड़ों का बदलना मात्र नहीं है। इसका impact देखिए, 25 करोड़ लोग गरीबी से बाहर निकले हैं, और ये 25 करोड़ लोग एक नियो मिडिल क्लास का हिस्सा बने हैं। ये नियो मिडिल क्लास, एक प्रकार से नई ज़िंदगी शुरु कर रहा है। ये नए सपनों के साथ आगे बढ़ रहा है, हमारी इकोनॉमी में कंट्रीब्यूट कर रहा है, और उसको वाइब्रेंट बना रहा है। आज दुनिया की सबसे बड़ी युवा आबादी हमारे भारत में है। ये युवा, तेज़ी से स्किल्ड हो रहा है, इनोवेशन को गति दे रहा है। और इन सबके बीच, भारत की फॉरेन पॉलिसी का मंत्र बन गया है- India First, एक जमाने में भारत की पॉलिसी थी, सबसे समान रूप से दूरी बनाकर चलो, Equi-Distance की पॉलिसी, आज के भारत की पॉलिसी है, सबके समान रूप से करीब होकर चलो, Equi-Closeness की पॉलिसी। दुनिया के देश भारत की ओपिनियन को, भारत के इनोवेशन को, भारत के एफर्ट्स को, जैसा महत्व आज दे रहे हैं, वैसा पहले कभी नहीं हुआ। आज दुनिया की नजर भारत पर है, आज दुनिया जानना चाहती है, What India Thinks Today.

|

साथियों,

भारत आज, वर्ल्ड ऑर्डर में सिर्फ पार्टिसिपेट ही नहीं कर रहा, बल्कि फ्यूचर को शेप और सेक्योर करने में योगदान दे रहा है। दुनिया ने ये कोरोना काल में अच्छे से अनुभव किया है। दुनिया को लगता था कि हर भारतीय तक वैक्सीन पहुंचने में ही, कई-कई साल लग जाएंगे। लेकिन भारत ने हर आशंका को गलत साबित किया। हमने अपनी वैक्सीन बनाई, हमने अपने नागरिकों का तेज़ी से वैक्सीनेशन कराया, और दुनिया के 150 से अधिक देशों तक दवाएं और वैक्सीन्स भी पहुंचाईं। आज दुनिया, और जब दुनिया संकट में थी, तब भारत की ये भावना दुनिया के कोने-कोने तक पहुंची कि हमारे संस्कार क्या हैं, हमारा तौर-तरीका क्या है।

साथियों,

अतीत में दुनिया ने देखा है कि दूसरे विश्व युद्ध के बाद जब भी कोई वैश्विक संगठन बना, उसमें कुछ देशों की ही मोनोपोली रही। भारत ने मोनोपोली नहीं बल्कि मानवता को सर्वोपरि रखा। भारत ने, 21वीं सदी के ग्लोबल इंस्टीट्यूशन्स के गठन का रास्ता बनाया, और हमने ये ध्यान रखा कि सबकी भागीदारी हो, सबका योगदान हो। जैसे प्राकृतिक आपदाओं की चुनौती है। देश कोई भी हो, इन आपदाओं से इंफ्रास्ट्रक्चर को भारी नुकसान होता है। आज ही म्यांमार में जो भूकंप आया है, आप टीवी पर देखें तो बहुत बड़ी-बड़ी इमारतें ध्वस्त हो रही हैं, ब्रिज टूट रहे हैं। और इसलिए भारत ने Coalition for Disaster Resilient Infrastructure - CDRI नाम से एक वैश्विक नया संगठन बनाने की पहल की। ये सिर्फ एक संगठन नहीं, बल्कि दुनिया को प्राकृतिक आपदाओं के लिए तैयार करने का संकल्प है। भारत का प्रयास है, प्राकृतिक आपदा से, पुल, सड़कें, बिल्डिंग्स, पावर ग्रिड, ऐसा हर इंफ्रास्ट्रक्चर सुरक्षित रहे, सुरक्षित निर्माण हो।

साथियों,

भविष्य की चुनौतियों से निपटने के लिए हर देश का मिलकर काम करना बहुत जरूरी है। ऐसी ही एक चुनौती है, हमारे एनर्जी रिसोर्सेस की। इसलिए पूरी दुनिया की चिंता करते हुए भारत ने International Solar Alliance (ISA) का समाधान दिया है। ताकि छोटे से छोटा देश भी सस्टेनबल एनर्जी का लाभ उठा सके। इससे क्लाइमेट पर तो पॉजिटिव असर होगा ही, ये ग्लोबल साउथ के देशों की एनर्जी नीड्स को भी सिक्योर करेगा। और आप सबको ये जानकर गर्व होगा कि भारत के इस प्रयास के साथ, आज दुनिया के सौ से अधिक देश जुड़ चुके हैं।

साथियों,

बीते कुछ समय से दुनिया, ग्लोबल ट्रेड में असंतुलन और लॉजिस्टिक्स से जुड़ी challenges का सामना कर रही है। इन चुनौतियों से निपटने के लिए भी भारत ने दुनिया के साथ मिलकर नए प्रयास शुरु किए हैं। India–Middle East–Europe Economic Corridor (IMEC), ऐसा ही एक महत्वाकांक्षी प्रोजेक्ट है। ये प्रोजेक्ट, कॉमर्स और कनेक्टिविटी के माध्यम से एशिया, यूरोप और मिडिल ईस्ट को जोड़ेगा। इससे आर्थिक संभावनाएं तो बढ़ेंगी ही, दुनिया को अल्टरनेटिव ट्रेड रूट्स भी मिलेंगे। इससे ग्लोबल सप्लाई चेन भी और मजबूत होगी।

|

साथियों,

ग्लोबल सिस्टम्स को, अधिक पार्टिसिपेटिव, अधिक डेमोक्रेटिक बनाने के लिए भी भारत ने अनेक कदम उठाए हैं। और यहीं, यहीं पर ही भारत मंडपम में जी-20 समिट हुई थी। उसमें अफ्रीकन यूनियन को जी-20 का परमानेंट मेंबर बनाया गया है। ये बहुत बड़ा ऐतिहासिक कदम था। इसकी मांग लंबे समय से हो रही थी, जो भारत की प्रेसीडेंसी में पूरी हुई। आज ग्लोबल डिसीजन मेकिंग इंस्टीट्यूशन्स में भारत, ग्लोबल साउथ के देशों की आवाज़ बन रहा है। International Yoga Day, WHO का ग्लोबल सेंटर फॉर ट्रेडिशनल मेडिसिन, आर्टिफिशियल इंटेलीजेंस के लिए ग्लोबल फ्रेमवर्क, ऐसे कितने ही क्षेत्रों में भारत के प्रयासों ने नए वर्ल्ड ऑर्डर में अपनी मजबूत उपस्थिति दर्ज कराई है, और ये तो अभी शुरूआत है, ग्लोबल प्लेटफॉर्म पर भारत का सामर्थ्य नई ऊंचाई की तरफ बढ़ रहा है।

साथियों,

21वीं सदी के 25 साल बीत चुके हैं। इन 25 सालों में 11 साल हमारी सरकार ने देश की सेवा की है। और जब हम What India Thinks Today उससे जुड़ा सवाल उठाते हैं, तो हमें ये भी देखना होगा कि Past में क्या सवाल थे, क्या जवाब थे। इससे TV9 के विशाल दर्शक समूह को भी अंदाजा होगा कि कैसे हम, निर्भरता से आत्मनिर्भरता तक, Aspirations से Achievement तक, Desperation से Development तक पहुंचे हैं। आप याद करिए, एक दशक पहले, गांव में जब टॉयलेट का सवाल आता था, तो माताओं-बहनों के पास रात ढलने के बाद और भोर होने से पहले का ही जवाब होता था। आज उसी सवाल का जवाब स्वच्छ भारत मिशन से मिलता है। 2013 में जब कोई इलाज की बात करता था, तो महंगे इलाज की चर्चा होती थी। आज उसी सवाल का समाधान आयुष्मान भारत में नजर आता है। 2013 में किसी गरीब की रसोई की बात होती थी, तो धुएं की तस्वीर सामने आती थी। आज उसी समस्या का समाधान उज्ज्वला योजना में दिखता है। 2013 में महिलाओं से बैंक खाते के बारे में पूछा जाता था, तो वो चुप्पी साध लेती थीं। आज जनधन योजना के कारण, 30 करोड़ से ज्यादा बहनों का अपना बैंक अकाउंट है। 2013 में पीने के पानी के लिए कुएं और तालाबों तक जाने की मजबूरी थी। आज उसी मजबूरी का हल हर घर नल से जल योजना में मिल रहा है। यानि सिर्फ दशक नहीं बदला, बल्कि लोगों की ज़िंदगी बदली है। और दुनिया भी इस बात को नोट कर रही है, भारत के डेवलपमेंट मॉडल को स्वीकार रही है। आज भारत सिर्फ Nation of Dreams नहीं, बल्कि Nation That Delivers भी है।

साथियों,

जब कोई देश, अपने नागरिकों की सुविधा और समय को महत्व देता है, तब उस देश का समय भी बदलता है। यही आज हम भारत में अनुभव कर रहे हैं। मैं आपको एक उदाहरण देता हूं। पहले पासपोर्ट बनवाना कितना बड़ा काम था, ये आप जानते हैं। लंबी वेटिंग, बहुत सारे कॉम्प्लेक्स डॉक्यूमेंटेशन का प्रोसेस, अक्सर राज्यों की राजधानी में ही पासपोर्ट केंद्र होते थे, छोटे शहरों के लोगों को पासपोर्ट बनवाना होता था, तो वो एक-दो दिन कहीं ठहरने का इंतजाम करके चलते थे, अब वो हालात पूरी तरह बदल गया है, एक आंकड़े पर आप ध्यान दीजिए, पहले देश में सिर्फ 77 पासपोर्ट सेवा केंद्र थे, आज इनकी संख्या 550 से ज्यादा हो गई है। पहले पासपोर्ट बनवाने में, और मैं 2013 के पहले की बात कर रहा हूं, मैं पिछले शताब्दी की बात नहीं कर रहा हूं, पासपोर्ट बनवाने में जो वेटिंग टाइम 50 दिन तक होता था, वो अब 5-6 दिन तक सिमट गया है।

साथियों,

ऐसा ही ट्रांसफॉर्मेशन हमने बैंकिंग इंफ्रास्ट्रक्चर में भी देखा है। हमारे देश में 50-60 साल पहले बैंकों का नेशनलाइजेशन किया गया, ये कहकर कि इससे लोगों को बैंकिंग सुविधा सुलभ होगी। इस दावे की सच्चाई हम जानते हैं। हालत ये थी कि लाखों गांवों में बैंकिंग की कोई सुविधा ही नहीं थी। हमने इस स्थिति को भी बदला है। ऑनलाइन बैंकिंग तो हर घर में पहुंचाई है, आज देश के हर 5 किलोमीटर के दायरे में कोई न कोई बैंकिंग टच प्वाइंट जरूर है। और हमने सिर्फ बैंकिंग इंफ्रास्ट्रक्चर का ही दायरा नहीं बढ़ाया, बल्कि बैंकिंग सिस्टम को भी मजबूत किया। आज बैंकों का NPA बहुत कम हो गया है। आज बैंकों का प्रॉफिट, एक लाख 40 हज़ार करोड़ रुपए के नए रिकॉर्ड को पार कर चुका है। और इतना ही नहीं, जिन लोगों ने जनता को लूटा है, उनको भी अब लूटा हुआ धन लौटाना पड़ रहा है। जिस ED को दिन-रात गालियां दी जा रही है, ED ने 22 हज़ार करोड़ रुपए से अधिक वसूले हैं। ये पैसा, कानूनी तरीके से उन पीड़ितों तक वापिस पहुंचाया जा रहा है, जिनसे ये पैसा लूटा गया था।

साथियों,

Efficiency से गवर्नमेंट Effective होती है। कम समय में ज्यादा काम हो, कम रिसोर्सेज़ में अधिक काम हो, फिजूलखर्ची ना हो, रेड टेप के बजाय रेड कार्पेट पर बल हो, जब कोई सरकार ये करती है, तो समझिए कि वो देश के संसाधनों को रिस्पेक्ट दे रही है। और पिछले 11 साल से ये हमारी सरकार की बड़ी प्राथमिकता रहा है। मैं कुछ उदाहरणों के साथ अपनी बात बताऊंगा।

|

साथियों,

अतीत में हमने देखा है कि सरकारें कैसे ज्यादा से ज्यादा लोगों को मिनिस्ट्रीज में accommodate करने की कोशिश करती थीं। लेकिन हमारी सरकार ने अपने पहले कार्यकाल में ही कई मंत्रालयों का विलय कर दिया। आप सोचिए, Urban Development अलग मंत्रालय था और Housing and Urban Poverty Alleviation अलग मंत्रालय था, हमने दोनों को मर्ज करके Housing and Urban Affairs मंत्रालय बना दिया। इसी तरह, मिनिस्ट्री ऑफ ओवरसीज़ अफेयर्स अलग था, विदेश मंत्रालय अलग था, हमने इन दोनों को भी एक साथ जोड़ दिया, पहले जल संसाधन, नदी विकास मंत्रालय अलग था, और पेयजल मंत्रालय अलग था, हमने इन्हें भी जोड़कर जलशक्ति मंत्रालय बना दिया। हमने राजनीतिक मजबूरी के बजाय, देश की priorities और देश के resources को आगे रखा।

साथियों,

हमारी सरकार ने रूल्स और रेगुलेशन्स को भी कम किया, उन्हें आसान बनाया। करीब 1500 ऐसे कानून थे, जो समय के साथ अपना महत्व खो चुके थे। उनको हमारी सरकार ने खत्म किया। करीब 40 हज़ार, compliances को हटाया गया। ऐसे कदमों से दो फायदे हुए, एक तो जनता को harassment से मुक्ति मिली, और दूसरा, सरकारी मशीनरी की एनर्जी भी बची। एक और Example GST का है। 30 से ज्यादा टैक्सेज़ को मिलाकर एक टैक्स बना दिया गया है। इसको process के, documentation के हिसाब से देखें तो कितनी बड़ी बचत हुई है।

साथियों,

सरकारी खरीद में पहले कितनी फिजूलखर्ची होती थी, कितना करप्शन होता था, ये मीडिया के आप लोग आए दिन रिपोर्ट करते थे। हमने, GeM यानि गवर्नमेंट ई-मार्केटप्लेस प्लेटफॉर्म बनाया। अब सरकारी डिपार्टमेंट, इस प्लेटफॉर्म पर अपनी जरूरतें बताते हैं, इसी पर वेंडर बोली लगाते हैं और फिर ऑर्डर दिया जाता है। इसके कारण, भ्रष्टाचार की गुंजाइश कम हुई है, और सरकार को एक लाख करोड़ रुपए से अधिक की बचत भी हुई है। डायरेक्ट बेनिफिट ट्रांसफर- DBT की जो व्यवस्था भारत ने बनाई है, उसकी तो दुनिया में चर्चा है। DBT की वजह से टैक्स पेयर्स के 3 लाख करोड़ रुपए से ज्यादा, गलत हाथों में जाने से बचे हैं। 10 करोड़ से ज्यादा फर्ज़ी लाभार्थी, जिनका जन्म भी नहीं हुआ था, जो सरकारी योजनाओं का फायदा ले रहे थे, ऐसे फर्जी नामों को भी हमने कागजों से हटाया है।

साथियों,

 

हमारी सरकार टैक्स की पाई-पाई का ईमानदारी से उपयोग करती है, और टैक्सपेयर का भी सम्मान करती है, सरकार ने टैक्स सिस्टम को टैक्सपेयर फ्रेंडली बनाया है। आज ITR फाइलिंग का प्रोसेस पहले से कहीं ज्यादा सरल और तेज़ है। पहले सीए की मदद के बिना, ITR फाइल करना मुश्किल होता था। आज आप कुछ ही समय के भीतर खुद ही ऑनलाइन ITR फाइल कर पा रहे हैं। और रिटर्न फाइल करने के कुछ ही दिनों में रिफंड आपके अकाउंट में भी आ जाता है। फेसलेस असेसमेंट स्कीम भी टैक्सपेयर्स को परेशानियों से बचा रही है। गवर्नेंस में efficiency से जुड़े ऐसे अनेक रिफॉर्म्स ने दुनिया को एक नया गवर्नेंस मॉडल दिया है।

साथियों,

पिछले 10-11 साल में भारत हर सेक्टर में बदला है, हर क्षेत्र में आगे बढ़ा है। और एक बड़ा बदलाव सोच का आया है। आज़ादी के बाद के अनेक दशकों तक, भारत में ऐसी सोच को बढ़ावा दिया गया, जिसमें सिर्फ विदेशी को ही बेहतर माना गया। दुकान में भी कुछ खरीदने जाओ, तो दुकानदार के पहले बोल यही होते थे – भाई साहब लीजिए ना, ये तो इंपोर्टेड है ! आज स्थिति बदल गई है। आज लोग सामने से पूछते हैं- भाई, मेड इन इंडिया है या नहीं है?

साथियों,

आज हम भारत की मैन्युफैक्चरिंग एक्सीलेंस का एक नया रूप देख रहे हैं। अभी 3-4 दिन पहले ही एक न्यूज आई है कि भारत ने अपनी पहली MRI मशीन बना ली है। अब सोचिए, इतने दशकों तक हमारे यहां स्वदेशी MRI मशीन ही नहीं थी। अब मेड इन इंडिया MRI मशीन होगी तो जांच की कीमत भी बहुत कम हो जाएगी।

|

साथियों,

आत्मनिर्भर भारत और मेक इन इंडिया अभियान ने, देश के मैन्युफैक्चरिंग सेक्टर को एक नई ऊर्जा दी है। पहले दुनिया भारत को ग्लोबल मार्केट कहती थी, आज वही दुनिया, भारत को एक बड़े Manufacturing Hub के रूप में देख रही है। ये सक्सेस कितनी बड़ी है, इसके उदाहरण आपको हर सेक्टर में मिलेंगे। जैसे हमारी मोबाइल फोन इंडस्ट्री है। 2014-15 में हमारा एक्सपोर्ट, वन बिलियन डॉलर तक भी नहीं था। लेकिन एक दशक में, हम ट्वेंटी बिलियन डॉलर के फिगर से भी आगे निकल चुके हैं। आज भारत ग्लोबल टेलिकॉम और नेटवर्किंग इंडस्ट्री का एक पावर सेंटर बनता जा रहा है। Automotive Sector की Success से भी आप अच्छी तरह परिचित हैं। इससे जुड़े Components के एक्सपोर्ट में भी भारत एक नई पहचान बना रहा है। पहले हम बहुत बड़ी मात्रा में मोटर-साइकल पार्ट्स इंपोर्ट करते थे। लेकिन आज भारत में बने पार्ट्स UAE और जर्मनी जैसे अनेक देशों तक पहुंच रहे हैं। सोलर एनर्जी सेक्टर ने भी सफलता के नए आयाम गढ़े हैं। हमारे सोलर सेल्स, सोलर मॉड्यूल का इंपोर्ट कम हो रहा है और एक्सपोर्ट्स 23 गुना तक बढ़ गए हैं। बीते एक दशक में हमारा डिफेंस एक्सपोर्ट भी 21 गुना बढ़ा है। ये सारी अचीवमेंट्स, देश की मैन्युफैक्चरिंग इकोनॉमी की ताकत को दिखाती है। ये दिखाती है कि भारत में कैसे हर सेक्टर में नई जॉब्स भी क्रिएट हो रही हैं।

साथियों,

TV9 की इस समिट में, विस्तार से चर्चा होगी, अनेक विषयों पर मंथन होगा। आज हम जो भी सोचेंगे, जिस भी विजन पर आगे बढ़ेंगे, वो हमारे आने वाले कल को, देश के भविष्य को डिजाइन करेगा। पिछली शताब्दी के इसी दशक में, भारत ने एक नई ऊर्जा के साथ आजादी के लिए नई यात्रा शुरू की थी। और हमने 1947 में आजादी हासिल करके भी दिखाई। अब इस दशक में हम विकसित भारत के लक्ष्य के लिए चल रहे हैं। और हमें 2047 तक विकसित भारत का सपना जरूर पूरा करना है। और जैसा मैंने लाल किले से कहा है, इसमें सबका प्रयास आवश्यक है। इस समिट का आयोजन कर, TV9 ने भी अपनी तरफ से एक positive initiative लिया है। एक बार फिर आप सभी को इस समिट की सफलता के लिए मेरी ढेर सारी शुभकामनाएं हैं।

मैं TV9 को विशेष रूप से बधाई दूंगा, क्योंकि पहले भी मीडिया हाउस समिट करते रहे हैं, लेकिन ज्यादातर एक छोटे से फाइव स्टार होटल के कमरे में, वो समिट होती थी और बोलने वाले भी वही, सुनने वाले भी वही, कमरा भी वही। TV9 ने इस परंपरा को तोड़ा और ये जो मॉडल प्लेस किया है, 2 साल के भीतर-भीतर देख लेना, सभी मीडिया हाउस को यही करना पड़ेगा। यानी TV9 Thinks Today वो बाकियों के लिए रास्ता खोल देगा। मैं इस प्रयास के लिए बहुत-बहुत अभिनंदन करता हूं, आपकी पूरी टीम को, और सबसे बड़ी खुशी की बात है कि आपने इस इवेंट को एक मीडिया हाउस की भलाई के लिए नहीं, देश की भलाई के लिए आपने उसकी रचना की। 50,000 से ज्यादा नौजवानों के साथ एक मिशन मोड में बातचीत करना, उनको जोड़ना, उनको मिशन के साथ जोड़ना और उसमें से जो बच्चे सिलेक्ट होकर के आए, उनकी आगे की ट्रेनिंग की चिंता करना, ये अपने आप में बहुत अद्भुत काम है। मैं आपको बहुत बधाई देता हूं। जिन नौजवानों से मुझे यहां फोटो निकलवाने का मौका मिला है, मुझे भी खुशी हुई कि देश के होनहार लोगों के साथ, मैं अपनी फोटो निकलवा पाया। मैं इसे अपना सौभाग्य मानता हूं दोस्तों कि आपके साथ मेरी फोटो आज निकली है। और मुझे पक्का विश्वास है कि सारी युवा पीढ़ी, जो मुझे दिख रही है, 2047 में जब देश विकसित भारत बनेगा, सबसे ज्यादा बेनिफिशियरी आप लोग हैं, क्योंकि आप उम्र के उस पड़ाव पर होंगे, जब भारत विकसित होगा, आपके लिए मौज ही मौज है। आपको बहुत-बहुत शुभकामनाएं।

धन्यवाद।