Quoteঅমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ১৯,০০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ৫৫৩ টা ৰে’ল ষ্টেচন পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন
Quoteপুনৰ উন্নয়ন সাধন কৰা গোমতি নগৰ ৰে’ল ষ্টেচন উদ্বোধন
Quoteপ্ৰায় ২১,৫২০ কোটি টকা ব্যয়েৰে সমগ্ৰ দেশতে ১৫০০ ৰোড অভাৰ ব্ৰীজ আৰু আণ্ডাৰপাছৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
Quote“একেলগে ২০০০টা প্ৰকল্প আৰম্ভ হোৱাৰ লগে লগে ভাৰতে ইয়াৰ ৰে’ল আন্তঃগাঁথনিৰ এক বিশাল ৰূপান্তৰৰ সাক্ষী হ’বলৈ সাজু হৈছে”
Quote‘আজি ভাৰতে যি কৰে, অভূতপূৰ্ব গতি আৰু পৰিসৰত কৰে। আমি ডাঙৰ সপোন দেখিছো আৰু সেইবোৰ বাস্তৱায়িত কৰিবলৈ অক্লান্তভাৱে কাম কৰিছো। এই সংকল্প এই বিকশিত ভাৰত বিকশিত ৰে’ল কাৰ্যসূচীত দেখা গৈছে”
Quote“বিকশিত ভাৰত কেনেদৰে উন্মোচিত হ’ব সেইটো নিৰ্ণয় কৰাৰ সৰ্বোচ্চ অধিকাৰ যুৱক-যুৱতীসকলৰ আছে”
Quote“অমৃত ভাৰত ষ্টেচন বিকাশ আৰু ঐতিহ্য উভয়ৰে প্ৰতীক”
Quote“যোৱা ১০ বছৰত বিকশিত ভাৰতৰ সৃষ্টি বিশেষভাৱে ৰে’লপথত স্পষ্ট হৈ পৰিছে”
Quote“বিমানবন্দৰত থকাৰ দৰেই আধুনিক সা-সুবিধা এতিয়া ৰে’ল ষ্টেচনত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে উপলব্ধ কৰা হৈছে”
Quote“নাগৰিকসকলৰ বাবে যাতায়তৰ সুবিধাৰ মূল ভেটি হৈ পৰিছে ৰে’ল
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৪১,০০০ কোটি টকা ব্যয়সাপেক্ষ প্ৰায় ২,০০০টা ৰে’ল আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ ৫০০ ৰে’লৱে ষ্টেচন আৰু অন্যান্য ১৫০০ স্থানৰ পৰা লাখ লাখ লোকে বিকশিত ভাৰত বিকশিত ৰে’লৱেৰ অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰে।
Quoteউত্তৰ প্ৰদেশৰ গোমতি নগৰ ষ্টেচন প্ৰকল্প, ১৫০০ৰো অধিক পথ আৰু অভাৰব্ৰিজ প্ৰকল্পৰ কথা কওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ভাৰতৰ উচ্চাকাংক্ষা আৰু সংকল্পৰ পৰিসৰ আৰু গতিৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৪১,০০০ কোটি টকা  ব্যয়সাপেক্ষ প্ৰায় ২,০০০টা ৰে’ল আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে৷ ৫০০ ৰে’লৱে ষ্টেচন আৰু অন্যান্য ১৫০০ স্থানৰ পৰা লাখ লাখ লোকে বিকশিত ভাৰত বিকশিত ৰে’লৱেৰ অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ এই কাৰ্যসূচী নিউ ইণ্ডিয়াৰ নতুন কৰ্ম সংস্কৃতিৰ প্ৰতীক। ‘আজি ভাৰতে যি কৰে, অভূতপূৰ্ব গতি আৰু পৰিসৰত কৰে। আমি ডাঙৰ সপোন দেখিছো আৰু সেইবোৰ বাস্তৱায়িত কৰিবলৈ অক্লান্তভাৱে কাম কৰিছো৷ এই সংকল্প এই বিকশিত ভাৰত বিকশিত ৰে’লৱে কাৰ্যসূচীত পৰিলক্ষিত হয়”, তেওঁ কয়। শেহতীয়াকৈ অভূতপূৰ্ব গতি লাভ কৰা স্কেলৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ যোৱা কেইদিনমানৰ জম্মু আৰু গুজৰাটৰ অনুষ্ঠানৰ কথা উল্লেখ কৰে য’ৰ পৰা তেওঁ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণ আৰম্ভ কৰে। একেদৰে আজিও ৩০০ জিলাত বিস্তৃত ১২খন ৰাজ্যৰ ৫৫০টা ষ্টেচনৰ সংস্কাৰ সাধন কৰা হৈছে। উত্তৰ প্ৰদেশৰ গোমতি নগৰ ষ্টেচন প্ৰকল্প, ১৫০০ৰো অধিক পথ আৰু অভাৰব্ৰিজ প্ৰকল্পৰ কথা কওঁতে প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ভাৰতৰ উচ্চাকাংক্ষা আৰু সংকল্পৰ পৰিসৰ আৰু গতিৰ ওপৰত আলোকপাত কৰে।

 

|

আজি ৪০,০০০ কোটি টকাৰ প্ৰকল্পই বাস্তৱ ৰূপ পাইছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কেইমাহমান পূৰ্বে অমৃত ভাৰত ষ্টেচন প্ৰকল্প আৰম্ভ কৰাৰ কথা স্মৰণ কৰে, য’ত দেশৰ ৫০০টা ৰে’ল ষ্টেচন আধুনিকীকৰণৰ কাম আৰম্ভ হৈছিল। আজিৰ অনুষ্ঠানটোৱে এই সংকল্পক আৰু অধিক আগুৱাই লৈ যায় আৰু ভাৰতৰ অগ্ৰগতিৰ গতিৰ আভাস দিয়ে বুলি তেওঁ আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে আজিৰ ৰে’ল প্ৰকল্পৰ বাবে ভাৰতৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ যুৱ শক্তিক আজিৰ উন্নয়ন প্ৰকল্পৰ বাবে বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰে কাৰণ তেওঁলোকেই হৈছে বিকশিত ভাৰতৰ প্ৰকৃত হিতাধিকাৰী। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে লাখ লাখ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগ সৃষ্টি কৰিব, লগতে বিদ্যালয়ত অধ্যয়ন কৰাসকলকো উপকৃত কৰিব। “বিকশিত ভাৰত কেনেদৰে উন্মোচিত হ’ব সেইটো নিৰ্ণয় কৰাৰ সৰ্বোচ্চ অধিকাৰ যুৱক-যুৱতীসকলৰ আছে”, প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চাৰণ কৰে। বিভিন্ন প্রতিযোগিতাৰ জৰিয়তে বিকশিত ভাৰতৰ ৰে’লৱেৰ সপোন বাস্তৱত পৰিণত কৰাৰ বাবে যুৱক-যুৱতীসকলৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰাৰ লগতে বিজয়ীসকলক অভিনন্দন জনায়৷ তেওঁ যুৱক-যুৱতীসকলক আশ্বাস দিয়ে যে তেওঁলোকৰ সপোন আৰু কঠোৰ পৰিশ্ৰমৰ লগতে প্ৰধানমন্ত্ৰীৰ সংকল্পই বিকশিত ভাৰতৰ নিশ্চয়তা প্ৰদান কৰে।

আগন্তুক অমৃত ভাৰত ষ্টেচন বিকাশ আৰু ঐতিহ্য উভয়ৰে প্ৰতীক হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ অৱগত কৰে যে ওড়িশাৰ বালেশ্বৰ ষ্টেচন ভগৱান জগন্নাথ মন্দিৰৰ বিষয়বস্তুৰ ওপৰত ডিজাইন কৰা হৈছে আৰু ছিকিমৰ ৰংপুৰত স্থানীয় স্থাপত্যৰ ছবি পৰিস্ফুট হৈছে, ৰাজস্থানৰ ছাংগেৰ ষ্টেচনত ষোড়শ শতিকাৰ হেণ্ড-ব্লক ছপা প্ৰদৰ্শিত হৈছে, তামিলনাডুৰ কুম্বকোনামৰ ষ্টেচনত চোলা প্ৰভাৱ প্ৰদৰ্শন কৰা হ’ব আৰু আহমেদাবাদ ষ্টেচন মধেৰা সূৰ্য্য মন্দিৰৰ পৰা অনুপ্ৰাণিত, দ্বাৰকা ষ্টেচন দ্বাৰকাধীশ মন্দিৰৰ পৰা অনুপ্ৰাণিত, আইটি চিটি গুৰুগ্ৰাম ষ্টেচনে আইটি বিষয়বস্তু পৰিস্ফুত কৰিব, অৰ্থাৎ “অমৃত ভাৰত ষ্টেচনে সেই চহৰৰ বিশেষত্ব বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিব”, প্ৰধানমন্ত্ৰীয়ে কয়৷ এই ষ্টেচনসমূহ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকৰ অনুকূল হ’ব।

প্ৰধানমন্ত্ৰী মোদীয়ে বিগত ১০ বছৰত বিকশিত ভাৰতৰ গঢ় দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে, বিশেষকৈ ৰে’লৱেত যিমান পৰিৱৰ্তন স্পষ্ট হৈ পৰিছে। তেওঁ পৰ্যবেক্ষণ কৰিছিল যে যোৱা ১০ বছৰত যিবোৰ সুবিধা এসময়ত বিৰল আছিল, সেইবোৰ এতিয়া বাস্তৱত পৰিণত হৈছে৷ এই উপলক্ষে তেওঁ বন্দে ভাৰত, অমৃত ভাৰত, নমো ভাৰতৰ দৰে আধুনিকীকৃত অৰ্ধ উচ্চ গতিৰ ৰে’লৰ উদাহৰণ দিয়ে, যিসমূহত ৰে’ল লাইনৰ বিদ্যুৎকৰণৰ দ্ৰুত গতি আৰু ৰে’লৰ ভিতৰত আৰু ষ্টেচনৰ প্লেটফৰ্মত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাই হৈছে। তেওঁ তুলনা কৰিছিল যে ভাৰতীয় ৰে’লৱেত মানৱবিহীন গেট কেনেকৈ সাধাৰণ কথা আছিল, আনহাতে অভাৰব্ৰিজ আৰু আণ্ডাৰব্ৰিজে আজি নিৰৱচ্ছিন্ন আৰু দুৰ্ঘটনামুক্ত চলাচল নিশ্চিত কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে বিমানবন্দৰত থকা আধুনিক সা-সুবিধাসমূহ এতিয়া ৰে’ল ষ্টেচনত দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে উপলব্ধ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ৰে’লৱে নাগৰিকসকলৰ যাতায়তৰ সুবিধাৰ মূল ভেটি হৈ পৰিছে। ৰে’লৱেৰ ৰূপান্তৰ সন্দৰ্ভত আৰু অধিক মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনীতি ১১নং স্থানৰ পৰা বিশ্ব ৰেংকিঙত পঞ্চম স্থানলৈ উন্নীত হোৱাৰ লগে লগে ৰে’ল বাজেট ১০ বছৰৰ আগৰ ৪৫ হাজাৰ কোটিৰ পৰা আজি ২.৫ লাখ কোটিলৈ ব্যাপকভাৱে বৃদ্ধি পাইছে। “মাত্ৰ কল্পনা কৰকচোন যেতিয়া আমি বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক মহাশক্তি হ’ম তেতিয়া আমাৰ শক্তি কিমান বৃদ্ধি পাব। সেয়েহে মোদীয়ে অতি সোনকালে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে”, তেওঁ লগতে কয়।

 

|

কেলেংকাৰীৰ নোহোৱাৰ বাবে ধন সঞ্চয় হোৱাৰ লগতে সঞ্চিত ধনেৰে নতুন লাইন স্থাপনৰ গতি দুগুণ কৰা, জম্মু-কাশ্মীৰৰ পৰা উত্তৰ-পূবলৈ নতুন অঞ্চললৈ ৰে’ল লৈ যোৱা, ২৫০০ কিলোমিটাৰ নিবেদিত মালবাহী কৰিডৰত কাম কৰাৰ কৃতিত্বৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে কৰদাতাৰ প্ৰতিটো পইচা ধন যাতায়তৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে। প্ৰতিখন ৰে’লৱেৰ টিকটত চৰকাৰে ৫০ শতাংশ ৰেহাই দিয়া বুলিও তেওঁ কয়।

 

|

“বেংকত জমা হোৱা ধনৰ ওপৰত যিদৰে সুত আদায় কৰা হয়, ঠিক তেনেদৰে আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা প্ৰতিটো পইচাই আয়ৰ নতুন উৎস আৰু নতুন কৰ্মসংস্থাপনৰ সৃষ্টি কৰে”, প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে নতুন ৰে’ল লাইন স্থাপন কৰিলে একাধিক নিয়োগৰ সুযোগ সৃষ্টি হয়, সেয়া শ্ৰমিক হওক বা... এজন অভিযন্তা। তেওঁ লগতে কয় যে চিমেণ্ট, তীখা আৰু পৰিবহণৰ দৰে বহু উদ্যোগ আৰু দোকানত নতুন চাকৰিৰ সম্ভাৱনা সৃষ্টি হয়। “আজি লাখ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে হাজাৰ হাজাৰ চাকৰিৰ নিশ্চয়তা প্ৰদান কৰা হৈছে৷”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেওঁ ‘এক ষ্টেচন এক প্ৰডাক্ট’ কাৰ্যসূচীৰ বিষয়েও কয় য’ত ষ্টেচনসমূহত স্থাপন কৰা হাজাৰ হাজাৰ ষ্টলৰ জৰিয়তে ৰে’লৱেই ক্ষুদ্ৰ কৃষক, শিল্পী আৰু বিশ্বকৰ্মা বন্ধুৰ সামগ্ৰীৰ প্ৰচাৰ চলাই আছে।

“ভাৰতীয় ৰে’লৱে কেৱল যাত্ৰীবাহী সুবিধা নহয় বৰঞ্চ ভাৰতৰ কৃষি আৰু উদ্যোগিক অগ্ৰগতিৰ আটাইতকৈ ডাঙৰ বাহকো”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰে’লে পৰিবহণত অধিক সময় ৰাহি কৰাৰ লগতে উদ্যোগৰ ব্যয়ো হ্ৰাস কৰিব। সেয়েহে মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ইণ্ডিয়াক গতি প্ৰদান কৰা। ভাৰতৰ আধুনিক আন্তঃগাঁথনিৰ কৃতিত্ব দি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বতে বিনিয়োগৰ বাবে আটাইতকৈ আকৰ্ষণীয় স্থান হিচাপে দেশখনক প্ৰশংসা কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আগন্তুক ৫ বছৰত যেতিয়া এই হাজাৰ হাজাৰ ষ্টেচন আধুনিকীকৰণ হ’ব তেতিয়া ভাৰতীয় ৰে’লৱেৰ ক্ষমতা বৃদ্ধি পাব, যাৰ ফলত বৃহৎ বিনিয়োগৰ বিপ্লৱ আহিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

  • Reena chaurasia August 31, 2024

    BJP BJP
  • Pradhuman Singh Tomar April 28, 2024

    BJP
  • Krishna Jadon April 26, 2024

    p
  • Shabbir meman April 10, 2024

    🙏🙏
  • Jayanta Kumar Bhadra April 09, 2024

    you are free to talk
  • Jayanta Kumar Bhadra April 09, 2024

    Ganesh namaste
  • Jayanta Kumar Bhadra April 09, 2024

    om Hari namaste
  • Jayanta Kumar Bhadra April 09, 2024

    om Hari
  • Jayanta Kumar Bhadra April 09, 2024

    om Shanti Om
  • Jayanta Kumar Bhadra April 09, 2024

    how are you
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How PM Mudra Yojana Is Powering India’s Women-Led Growth

Media Coverage

How PM Mudra Yojana Is Powering India’s Women-Led Growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Viksit Haryana for Viksit Bharat, this is our resolve: PM Modi in Yamuna Nagar, Haryana
April 14, 2025
QuoteViksit Haryana for Viksit Bharat, this is our resolve: PM
QuoteOur effort is to increase the production of electricity in the country, lack of electricity should not become an obstacle in nation building: PM
QuotePM Suryagarh Muft Bijli Yojana started by us can reduce electricity bill to zero by installation of solar panels : PM
QuoteOur effort is to increase the potential of the farmers of Haryana: PM

हरियाणा के लोकप्रिय मुख्यमंत्री श्रीमान नायब सिंह सैनी जी, केंद्रीय मंत्रिमंडल के मेरे सहयोगी मनोहर लाल जी, राव इंद्रजीत सिंह जी, कृष्णपाल जी, हरियाणा सरकार के मंत्रिगण, सांसद और विधायकगण और मेरे प्यारे भाईयों और बहनों। हरियाणा के मेरे भाई-बेहणा ने मोदी की राम-राम।

साथियों,

आज मैं उस धरती को प्रणाम करता हूं, जहां मां सरस्वती का उद्गम हुआ। जहां मंत्रा देवी विराजती हैं, जहां पंचमुखी हनुमान जी हैं, जहां कपालमोचन साहब का आशीर्वाद है, जहां संस्कृति, श्रद्धा और समर्पण की त्रिवेणी बहती है। आज बाबा साहेब अंबेडकर जी की एक सौ पैंतीसवीं जयंती भी है। मैं सभी देशवासियों को अंबेडकर जयंती की बहुत-बहुत शुभकामनाएं देता हूं। बाबा साहेब का विजन, उनकी प्रेरणा, निरंतर विकसित भारत की यात्रा में हमें दिशा दिखा रही है।

साथियों,

यमुनानगर सिर्फ एक शहर नहीं, ये भारत के औद्योगिक नक्शे का भी अहम हिस्सा है। प्लाईवुड से लेकर पीतल और स्टील तक, ये पूरा क्षेत्र भारत की अर्थव्यवस्था को मज़बूती देता है। कपाल मोचन मेला, ऋषि वेदव्यास की तपोभूमि और गुरु गोविंद सिंह जी की एक प्रकार से शस्त्र भूमि।

|

साथियों,

ये आपने आप में एक गरिमा बढ़ाने वाली बात है। और यमुनानगर के साथ तो, जैसे अभी मनोहर लाल जी बता रहे थे, सैनी जी बता रहे थे, मेरी कई पुरानी यादें जुड़ी हुई हैं। जब मैं हरियाणा का प्रभारी था, तो पंचकूला से यहां आना-जाना लगा रहता था। यहां काफी सारे पुराने कार्यकर्ताओं के साथ मुझे काम करने का अवसर मिला है। ऐसे कर्मठ कार्यकर्ताओं की ये परंपरा आज भी चल रही है।

साथियों,

हरियाणा लगातार तीसरी बार, डबल इंजन सरकार के विकास की डबल रफ्तार को देख रहा है। और अब तो सैनी जी कह रहे हैं ट्रिपल सरकार। विकसित भारत के लिए विकसित हरियाणा, ये हमारा संकल्प है। इस संकल्प की सिद्धि के लिए, हरियाणा के लोगों की सेवा के लिए, यहां के युवाओं के सपनों को पूरा करने के लिए, हम ज्यादा स्पीड से, ज्यादा बड़े स्केल पर काम करते रहते हैं। आज यहां शुरू हुई विकास परियोजनाएं, ये भी इसी का जीता जागता उदाहरण हैं। मैं हरियाणा के लोगों को इन विकास परियोजनाओं के लिए बहुत-बहुत बधाई देता हूं।

साथियों,

मुझे गर्व है कि हमारी सरकार बाबा साहेब के विचारों को आगे बढ़ाते हुए चल रही है। बाबा साहेब अंबेडकर ने उद्योगों के विकास को सामाजिक न्याय का मार्ग बताया था। बाबा साहेब ने भारत में छोटी जोतों की समस्या को पहचाना था। बाबा साहेब कहते थे कि, दलितों के पास खेती के लिए पर्याप्त जमीन नहीं है, इसलिए दलितों को उद्योगों से सबसे अधिक फायदा होगा। बाबा साहेब का विजन था कि, उद्योगों से दलितों को ज्यादा रोजगार मिलेंगे और उनका जीवन स्तर ऊपर उठेगा। भारत में औद्योगीकरण की दिशा में बाबा साहेब ने देश के पहले उद्योग मंत्री डॉक्टर श्यामा प्रसाद मुखर्जी के साथ मिलकर काम किया था।

|

साथियों,

औद्योगीकरण और मैन्यूफैक्चरिंग के इस तालमेल को दीनबंधु चौधरी छोटू राम जी ने भी गांव की समृद्धि का आधार माना था। वो कहते थे- गाँवों में सच्ची समृद्धि तब आएगी, जब किसान खेती के साथ-साथ छोटे उद्योगों के माध्यम से भी अपनी आय बढ़ाएगा। गांव और किसान के लिए जीवन खपाने वाले चौधरी चरण सिंह जी की सोच भी इससे अलग नहीं थी। चौधरी साहब कहते थे- औद्योगिक विकास को कृषि का पूरक होना चाहिए, दोनों हमारी अर्थव्यवस्था के स्तंभ हैं।

साथियों,

मेक इन इंडिया के, आत्मनिर्भर भारत के, मूल में भी यही भावना है, यही विचार है, यही प्रेरणा है। इसलिए, हमारी सरकार भारत में मैन्युफेक्चरिंग पर इतना बल दे रही है। इस वर्ष के बजट में हमने, मिशन मैन्युफेक्चरिंग की घोषणा की है। इसका मकसद है कि, दलित-पिछड़े-शोषित-वंचित नौजवानों को ज्यादा से ज्यादा रोजगार मिले, नौजवानों को ज़रूरी ट्रेनिंग मिले, व्यापार-कारोबार का खर्चा कम हो, MSME सेक्टर को मजबूती मिले, उद्योगों को टेक्नॉलॉजी का लाभ मिले और हमारे उत्पाद दुनिया में सबसे बेहतरीन हों। इन सारे लक्ष्यों को प्राप्त करने के लिए बहुत जरूरी है कि, देश में बिजली की कोई कमी ना हो। हमें एनर्जी में भी आत्मनिर्भर होना ही होगा। इसलिए आज का ये कार्यक्रम बहुत अहम है। आज दीनबंधु चौधरी छोटूराम थर्मल पावर प्लांट की तीसरी इकाई का काम शुरू हुआ है। इसका फायदा यमुनानगर को होगा, उद्योगों को होगा भारत में जितना औद्योगिक विकास, जैसे प्लाईवुड बनता है, उसका आधा तो यमुनानगर में होता है। यहां एल्युमिनियम, कॉपर और पीतल के बर्तनों की मैन्युफैक्चरिंग बड़े पैमाने पर होती है। यहीं से पेट्रो-केमिकल प्लांट के उपकरण दुनिया के कई देशों में भेजे जाते हैं। बिजली का उत्पादन बढ़ने से इन सभी को फायदा होगा, यहां मिशन मैन्यूफैक्चरिंग को मदद मिलेगी।

साथियों,

विकसित भारत के निर्माण में बिजली की बहुत बड़ी भूमिका होने वाली है। और हमारी सरकार बिजली की उपलब्धता बढ़ाने के लिए चौ-तरफा काम कर रही है। चाहे वन नेशन-वन ग्रिड हो, नए कोल पावर प्लांट हों, सोलर एनर्जी हो, न्यूक्लियर सेक्टर का विस्तार हो, हमारा प्रयास है कि, देश में बिजली का उत्पादन बढ़े, राष्ट्र निर्माण में बिजली की कमी बाधा ना बने।

|

लेकिन साथियों,

हमें कांग्रेस के दिनों को भी भूलना नहीं चाहिए। हमने 2014 से पहले जब कांग्रेस की सरकार थी, वो दिन भी देखे हैं, जब पूरे देश में ब्लैकआउट होते थे, बिजली गुल हो जाती थी। कांग्रेस की सरकार रहती तो देश को आज भी ऐसे ही ब्लैकआउट से गुजरना पड़ता। ना कारखाने चल पाते, ना रेल चल पाती, ना खेतों में पानी पहुंच पाता। यानि कांग्रेस की सरकार रहती तो, ऐसे ही संकट बना रहता, बटा रहता। अब इतने वर्षों के प्रयासों के बाद आज हालात बदल रहा है। बीते एक दशक में भारत ने बिजली उत्पादन की क्षमता को करीब-करीब दोगुना किया है। आज भारत अपनी ज़रूरत को पूरी करने के साथ-साथ पड़ोसी देशों को बिजली निर्यात भी करता है। बिजली उत्पादन इस पर भाजपा सरकार के फोकस का लाभ हमारे हरियाणा को भी मिला है। आज हरियाणा में 16 हजार मेगावॉट बिजली का उत्पादन होता है। हम आने वाले कुछ सालों में ये क्षमता, 24 हजार मेगावॉट तक पहुंचाने का लक्ष्य लेकर के काम कर रहे हैं।

साथियों,

एक तरफ हम थर्मल पावर प्लांट में निवेश कर रहे हैं, तो दूसरी तरफ देश के लोगों को पावर जेनरेटर बना रहे हैं। हमने पीएम सूर्यघर मुफ्त बिजली स्कीम शुरू की है। अपने छत पर सोलर पैनल लगाकर आप अपना बिजली का बिल जीरो कर सकते हैं। इतना ही नहीं, जो अतिरिक्त बिजली का उत्पादन होगा, उसे बेचकर कमाई भी कर सकते हैं। अब तक देश के सवा करोड़ से ज्यादा लोग इस योजना के तहत रजिस्ट्रेशन करा चुके हैं। मुझे खुशी है कि, हरियाणा के भी लाखों लोगों ने इससे जुड़ने के लिए अप्लाई किया है। और जैसे-जैसे इस योजना का विस्तार हो रहा है, इससे जुड़ा सर्विस इकोसिस्टम भी बड़ा हो रहा है। सोलर सेक्टर में नई स्किल्स बन रही है। MSME के लिए नए मौके बन रहे हैं और युवाओं के लिए अनेक अवसर तैयार हो रहे हैं।

साथियों,

हमारे छोटे-छोटे शहरों में छोटे उद्योगों को पर्याप्त बिजली देने के साथ ही सरकार इस तरफ भी ध्यान दे रही है कि, उनके पास पर्याप्त पैसे रहें। कोरोना काल में MSME को बचाने के लिए लाखों करोड़ रुपए की सहायता सरकार ने दी है। छोटे उद्योग भी अपना विस्तार कर सकें, इसके लिए हमने MSME की परिभाषा बदली है। अब छोटे उद्योगों को ये डर नहीं सताता कि, जैसे ही वो आगे बढ़े, सरकारी मदद छिन जाएगी। अब सरकार, छोटे उद्योगों के लिए स्पेशल क्रेडिट कार्ड की सुविधा देने जा रही है। क्रेडिट गारंटी कवरेज को भी बढ़ाया जा रहा है। अभी कुछ दिन पहले ही मुद्रा योजना को 10 साल पूरे हुए हैं। आपको जानकर के खुशी भी होगी और सुखद आश्चर्य भी होगा। मुद्रा योजना में पिछले 10 साल में, देश के सामान्य लोग जो पहली बार उद्योग के क्षेत्र में आ रहे, कारोबार के क्षेत्र में आ रहे थे, उनको बिना गारंटी तैंतीस लाख करोड़ रुपए, आप कल्पना कीजिए, तैंतीस लाख करोड़ रुपए बिना गारंटी के लोन के रूप में दिए जा चुके हैं। इस योजना के 50 परसेंट से भी ज्यादा लाभार्थी SC/ST/OBC परिवार के ही साथी हैं। कोशिश यही है कि, ये छोटे उद्योग, हमारे नौजवानों के बड़े सपनों को पूरा करें।

|

साथियों,

हरियाणा के हमारे किसान भाई-बहनों की मेहनत, हर भारतीय की थाली में नजर आती है। भाजपा की डबल इंजन की सरकार किसानों के दुख-सुख की सबसे बड़ी साथी है। हमारा प्रयास है कि हरियाणा के किसानों का सामर्थ्य बढ़े। हरियाणा की भाजपा सरकार, अब राज्य की 24 फसलों को MSP पर खरीदती है। हरियाणा के लाखों किसानों को पीएम फसल बीमा योजना का लाभ भी मिला है। इस योजना के तहत, लगभग नौ हजार करोड़ रुपए से ज्यादा के क्लेम दिए गए हैं। इसी तरह पीएम किसान सम्मान निधि से, साढ़े 6 हजार करोड़ रुपए हरियाणा के किसानों की जेब में गए हैं।

साथियों,

हरियाणा सरकार ने अंग्रेज़ों के जमाने से चले आ रहे आबियाना को भी खत्म कर दिया है। अब आपको नहर के पानी पर टैक्स भी नहीं देना पड़ेगा और आबियाने का जो 130 करोड़ रुपए से ज्यादा का बकाया था, वो भी माफ हो गया है।

साथियों,

डबल इंजन सरकार के प्रयासों से किसानों को, पशुपालकों को, आय के नए साधन मिल रहे हैं। गोबरधन योजना, इससे किसानों के कचरे के निपटारे और उससे आय का अवसर मिल रहा है। गोबर से, खेती के अवशेष से, दूसरे जैविक कचरे से बायोगैस बनाई जा रही है। इस वर्ष के बजट में, देशभर में 500 गोबरधन प्लांट बनाने की घोषणा की गई है। आज यमुनानगर में भी नए गोबरधन प्लांट की आधारशिला रखी गई है। इससे नगर निगम के भी हर साल 3 करोड़ रुपए बचेंगे। गोबरधन योजना, स्वच्छ भारत अभियान में भी मदद कर रही है।

|

साथियों,

हरियाणा की गाड़ी अब विकास के पथ पर दौड़ रही है। यहां आने से पहले मुझे हिसार में लोगों के बीच जाने का अवसर मिला। वहां से अयोध्या धाम के लिए सीधी हवाई सेवा शुरु हुई है। आज रेवाड़ी के लोगों को बाइपास की सौगात भी मिली है। अब रेवाड़ी के बाजार, चौराहों, रेलवे फाटकों पर लगने वाले ट्रैफिक जाम से लोगों को छुटकारा मिल जाएगा। ये चार लेन का बाइपास गाड़ियों को बड़ी आसानी से शहर से बाहर निकाल देगा। दिल्ली से नारनौल की यात्रा में एक घंटा कम समय लगेगा। मैं आपको इसकी बधाई देता हूं।

साथियों,

हमारे लिए राजनीति सत्ता सुख का नहीं, सेवा का माध्यम है, जनता की भी सेवा का माध्यम और देश की सेवा का भी माध्यम। इसलिए भाजपा जो कहती है, उसे डंके की चोट पर करती भी है। हरियाणा में तीसरी बार सरकार बनने के बाद हम लगातार आपसे किए वायदे पूरे कर रहे हैं। लेकिन, कांग्रेस-शासित राज्यों में क्या हो रहा है? जनता से पूरा विश्वासघात। पड़ोस में देखिए हिमाचल में, जनता कितनी परेशान है। विकास के, जनकल्याण के सारे काम ठप पड़े हैं। कर्नाटका में बिजली से लेकर दूध तक, बस किराए से लेकर बीज तक- हर चीज़ महंगी हो रही है। मैं सोशल मीडिया पर देख रहा था, कर्नाटका में कांग्रेस सरकार ने जो महंगाई बढ़ाई है., भांति-भांति के टैक्स लगाए हैं। सोशल मीडिया में इन लोगों ने बड़ा articulate किया है और उन्होंने कहा है और A टू Z, पूरी ABCD, और हर अक्षर के साथ कैसे –कैसे उन्होंने टैक्स बढ़ाए, उसका A टू Z पूरा लिस्ट बनाकर के ये कर्नाटक की कांग्रेस सरकार की पोल खोलकर रखी है। खुद वहां के मुख्यमंत्री के करीबी कहते हैं कि, कांग्रेस ने कर्नाटका को करप्शन में नंबर वन बना दिया है।

साथियों,

तेलंगाना की कांग्रेस सरकार भी जनता से किए वादे भूल गई है, वहां कांग्रेस, वहां की सरकार जंगलों पर बुलडोजर चलवाने में व्यस्त है। प्रकृति को नुकसान, जानवरों को खतरा, यही है कांग्रेस की कार्यशैली! हम यहां कचरे से गोबरधन बनाने के लिए मेहनत कर रहे हैं और बने बनाए जंगलों को उजाड़ रहे हैं। यानि सरकार चलाने के दो मॉडल आपके सामने हैं। एक तरफ कांग्रेस का मॉडल है, जो पूरी तरह झूठ साबित हो चुका है, जिसमें सिर्फ कुर्सी के बारे में सोचा जाता है। दूसरा मॉडल बीजेपी का है, जो सत्य के आधार पर चल रहा है, बाबा साहेब अंबेड़कर ने दी हुई दिशा पर चल रहा है, संविधान की मर्यादाओं को सर आंखों पर चढ़ाकर चल रहा है। और सपना है विकसित भारत बनाने के लिए प्रयास करना। आज यहां यमुनानगर में भी हम इसी प्रयास को आगे बढ़ता देखते हैं।

|

साथियों,

मैं आपसे एक और अहम विषय की चर्चा करना चाहता हूं। कल देश ने बैसाखी का पर्व मनाया है। कल ही जलियांवाला बाग हत्याकांड के भी 106 वर्ष हुए हैं। इस हत्याकांड में अपनी जान गंवाने वालों की स्मृतियां आज भी हमारे साथ हैं। जलियांवाला हत्याकांड में शहीद हुए देशभक्तों और अंग्रेज़ों की क्रूरता के अलावा एक और पहलू है, जिसे पूरी तरह अंधेरे में डाल दिया गया था। ये पहलू, मानवता के साथ, देश के साथ खड़े होने के बुलंद जज्बे का है। इस जज्बे का नाम- शंकरन नायर था, आपने किसी ने नहीं सुना होगा। शंकरन नायर का नाम नहीं सुना होगा, लेकिन आजकल इनकी बहुत चर्चा हो रही है। शंकरन नायर जी, एक प्रसिद्ध वकील थे और उस जमाने में, 100 साल पहले अंग्रेज़ी सरकार में बहुत बड़े पद पर विराजमान थे। वो सत्ता के साथ रहने का सुख, चैन, मौज, सब कुछ कमा सकते थे। लेकिन, उन्होंने विदेशी शासन की क्रूरता के विरुद्ध, जलियावाला बाग की घटना से व्यतीत होकर, मैदान में उतर उठे, उन्होंने अंग्रेजों के विरूद्ध आवाज़ उठाई, उन्होंने उस बड़े पद से लात मारकर के उसे छोड़ दिया, केरल के थे, घटना पंजाब में घटी थी, उन्होंने जलियांवाला बाग हत्याकांड का केस लड़ने का खुद ने फैसला किया। वो अपने दम पर लड़े, अंग्रेज़ी साम्राज्य को हिला कर रख दिया। जिस अंग्रेज़ी साम्राज्य का सूरज, जिनका सूरज कभी अस्त नहीं होता था, उसको शंकरन नायर जी ने जलियांवाला हत्याकांड के लिए कोर्ट में कठघरे में खड़ा कर दिया।

साथियों,

ये सिर्फ, मानवता के साथ खड़े होने का ही मामला भर नहीं था। ये एक भारत, श्रेष्ठ भारत का भी बहुत उत्तम उदाहरण था। कैसे दूर-सुदूर दक्षिण में केरला का एक व्यक्ति, पंजाब में हुए हत्याकांड के लिए अंग्रेज़ी सत्ता से टकरा गया। यही स्पिरीट हमारी आजादी की लड़ाई की असली प्रेरणा है। यही प्रेरणा, आज भी विकसित भारत की यात्रा में हमारी बहुत बड़ी ताकत है। हमें केरल के शंकरन नायर जी के योगदान के बारे में जरूर जानना चाहिए और पंजाब, हरियाणा, हिमाचल, यहां के एक-एक बच्चें को जानना चाहिए।

साथियों,

गरीब, किसान, नौजवान और नारीशक्ति- इन चारों स्तंभों को सशक्त करने के लिए डबल इंजन सरकार निरंतर काम कर रही है। हम सभी के प्रयासों से, हरियाणा जरूर विकसित होगा, मैं अपनी आंखों से देख रहा हूं, हरियाणा फलेगा, फूलेगा, देश का नाम रोशन करेगा। आप सभी को इन अनेक विकास कार्यों के लिए बहुत-बहुत शुभकामनाएं। दोनों हाथ ऊपर करके पूरी ताकत से मेरे साथ बोलिये -

भारत माता की जय!

भारत माता की जय!

भारत माता की जय!

बहुत-बहुत धन्यवाद।