প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসগৃহত আইচিচি টি-২০ বিশ্বকাপ বিজয়ী ভাৰতীয় পুৰুষ ক্ৰিকেট দলটোক অভ্যৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"আমাৰ চেম্পিয়নসকলৰ সৈতে এক উৎকৃষ্ট সাক্ষাৎকাৰ!
৭, লোককল্যাণ মাৰ্গত বিশ্বকাপ বিজয়ী দলটোক অভ্যৰ্থনা জনাওঁ আৰু প্ৰতিযোগিতাখনত তেওঁলোকৰ অভিজ্ঞতা সন্দৰ্ভত স্মৰণীয় বাৰ্তালাপ কৰো।"
Click here to read full text speech
An excellent meeting with our Champions!
— Narendra Modi (@narendramodi) July 4, 2024
Hosted the World Cup winning team at 7, LKM and had a memorable conversation on their experiences through the tournament. pic.twitter.com/roqhyQRTnn