Quoteনেতাসকলে ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু উচ্চ পৰ্যায়ৰ বিনিময় আৰু বৰ্ধিত সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰে
Quoteপ্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনে ভাৰতৰ জি-২০ পদক্ষেপক প্ৰশংসা কৰে আৰু ডেনমাৰ্কৰ সম্পূৰ্ণ সমৰ্থন জনায়
Quoteনেতাসকলে অহা বছৰ ২০২৪ চনত ভাৰত-ডেনমাৰ্ক সম্পৰ্কৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিবলৈ সন্মত হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী মেট ফ্ৰেডৰিকছেনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনক দ্বিতীয় কাৰ্যকালৰ বাবে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে অভিনন্দন জনাইছে।

দুয়োগৰাকী নেতাই ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময় আৰু বৰ্ধিত সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনক ভাৰতৰ জি-২০ৰ চলিত অধ্যক্ষতা আৰু ইয়াৰ মুখ্য অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনে ভাৰতৰ পদক্ষেপৰ প্ৰশংসা কৰে আৰু ডেনমাৰ্কৰ সম্পূৰ্ণ সমৰ্থন জনায়।

দুয়োগৰাকী নেতাই অহা বছৰ ২০২৪ চনত ভাৰত-ডেনমাৰ্ক সম্পৰ্কৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিবলৈ আৰু তেওঁলোকৰ সম্পৰ্কত অধিক বৈচিত্ৰতা আনিবলৈ ক্ষেত্ৰসমূহৰ অন্বেষণ কৰিবলৈ সন্মত হয়।

 

  • GAURANG.K.VAISHNAV. May 04, 2023

    માનનીય પ્રધામંત્રીશ્રી , નરેન્દ્ર ભાઈ મોદી જી, જય હાટકેશ, આપને જણાવવાનું કે દર વર્ષે ક --મોસમી વરસાદ અને પૂરને લીધે ખેડૂતો ને પાક નુકસાન થાય છે. અને સરકારી ગોદામ કે જે ઘણી જગ્યા એ ખુલ્લા છે.જો સરકારી ગોદામો શેડ વાળા હોય તો અનાજ કે પાક બગડતો અટકી શકે છે. પાછળ થી ખેડૂતો ને સહાય કરવી પડે છે એને બદલે જો સરકારી ગોડાઉન/ગોદામો છા પરા વાળા હૉય તો વરસાદ થી બચી શકાય તે મ છે. આ બાબતે યોગ્ય કાર્યવાહી કરવામાં આવે તો આપના આભારી થઈશું.
  • Gobind Kumar May 01, 2023

    Modi ji se hath jodkar nivedan Hai Ham aapse ek request karte hain aap Hamari sunvaee ki
  • ak garg26454 April 26, 2023

    Sir, Denmark provides free education upto Graduation to its citizens and also ranks high in Happiness index. why can' t we adopt it without delay! This single scheme can transform lives of middle class and guide India to attain Golden era by 2047 with Ease of living n Happiness!
  • Tala Sumitraben April 26, 2023

    the best p m modi ji
  • UDDHAV K. KHEDEKAR {DHARURKAR} April 26, 2023

    जय हो NaMo जी कि 🙏
  • sanjeev kumar April 26, 2023

    Jai ho
  • Vinod Sahu April 25, 2023

    रायसेन: उपार्जन केंद्र बने अवैध कमाई के केंद्र *शुभ चौपाल* बरेली (रायसेन) संवाददाता *तुलसी धाकड़* मो.8103690254 https://www.subhchoupal.com/15503/
  • Virji Sarsiya April 25, 2023

    the best p.m.
  • Jaysree April 25, 2023

    jaisreeram
  • Babaji Namdeo Palve April 25, 2023

    जय श्रीराम जय श्रीराम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
PM Surya Ghar Yojana: 15.45 Lakh Homes Go Solar, Gujarat Among Top Beneficiaries

Media Coverage

PM Surya Ghar Yojana: 15.45 Lakh Homes Go Solar, Gujarat Among Top Beneficiaries
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief on school mishap at Jhalawar, Rajasthan
July 25, 2025

The Prime Minister, Shri Narendra Modi has expressed grief on the mishap at a school in Jhalawar, Rajasthan. “My thoughts are with the affected students and their families in this difficult hour”, Shri Modi stated.

The Prime Minister’s Office posted on X:

“The mishap at a school in Jhalawar, Rajasthan, is tragic and deeply saddening. My thoughts are with the affected students and their families in this difficult hour. Praying for the speedy recovery of the injured. Authorities are providing all possible assistance to those affected: PM @narendramodi”