প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহিদে সুগাই ৱাশ্বিংটন ডিচিত ফলপ্ৰসূ আলোচনাত মিলিত হয়। উভয় নেতাই বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কক অধিক উদ্দীপনা যোগাবলৈ উপায়সমূহকে ধৰি ভিন্ন প্ৰসংগৰাজি সন্দৰ্ভত আলোচনা কৰে।
Furthering friendship with Japan.
— PMO India (@PMOIndia) September 23, 2021
Prime Ministers @narendramodi and @sugawitter had a fruitful meeting in Washington DC. Both leaders held discussions on several issues including ways to give further impetus to trade and cultural ties. pic.twitter.com/l370XzB1Yt