প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টি এন ছেছানৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “শ্ৰী ছেছান এগৰাকী অসাধাৰণ অসামৰিক বিষয়া আছিল৷ তেওঁ মৰ্যাদা আৰু সততাৰে ভাৰতৰ প্ৰতি সেৱা আগবঢ়াইছিল৷ নিৰ্বাচনী সংস্কাৰৰ ক্ষেত্ৰত তেওঁৰ প্ৰচেষ্টাৱলীয়ে আমাৰ গণতন্ত্ৰক শক্তিশালী আৰু অধিক অংশগ্ৰহণমুখী কৰি তুলিলে৷ তেওঁৰ বিয়োগত দুঃখিত হৈছো৷ ওম শান্তি৷”
Shri TN Seshan was an outstanding civil servant. He served India with utmost diligence and integrity. His efforts towards electoral reforms have made our democracy stronger and more participative. Pained by his demise. Om Shanti.
— Narendra Modi (@narendramodi) November 10, 2019