প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আজমেৰ শ্বৰীফ দৰগাহত খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰচত আগবঢ়োৱা চাদৰ অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইটত কয়,
“আজমেৰ শ্বৰীফ দৰগাহত খোৱাজা মইনুদ্দিন চিষ্টিৰ উৰচত আগবঢ়োৱা চাদৰ অৰ্পণ কৰিলো৷”
Handed over the Chadar which would be offered on the Urs of Khwaja Moinuddin Chishti at the Ajmer Sharif Dargah. pic.twitter.com/dlLgPKxDWd
— Narendra Modi (@narendramodi) January 24, 2023