প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ নদীৰ তলেৰে এইচডিডি পদ্ধতিৰে ২৪ ইঞ্চি ব্যাসাৰ্ধৰ প্ৰাকৃতিক গেছ পাইপলাইন নিৰ্মাণ কৰি বৃহৎ মাইলৰ খুঁটি স্থাপন কৰাৰ বাবে নৰ্থইষ্ট গেছ গ্ৰিডৰ প্ৰশংসা কৰিছে৷
নদী অতিক্ৰমি এছিয়াৰ দীৰ্ঘতম আৰু বিশ্বৰ দ্বিতীয় দীৰ্ঘতম হাইড্ৰকাৰ্বন কাৰ্বন পাইপলাইনেৰে অভিলেখ ৰচনা কৰা বুলি পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কৰা এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইটত কয়;
“আদৰ্শ!”
Exemplary! https://t.co/G3fTc97eul
— Narendra Modi (@narendramodi) April 26, 2023