প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমাৰ কালজয়ী প্ৰজ্ঞা আৰু চহকী সংস্কৃতিৰ বিশ্বব্যাপী স্বীকৃতি হিচাপে ইউনেস্ক’ৰ স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰক অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপক প্ৰশংসা কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে এক্সৰ ওপৰত দিয়া এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়।

“সমগ্ৰ বিশ্বৰ প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ মুহূৰ্ত!

ইউনেস্ক’ৰ স্মৃতি পঞ্জীত গীতা আৰু নাট্যশাস্ত্ৰৰ অন্তৰ্ভুক্তি আমাৰ কালজয়ী প্ৰজ্ঞা আৰু চহকী সংস্কৃতিৰ প্ৰতি বিশ্বব্যাপী স্বীকৃতি।

গীতা আৰু নাট্যশাস্ত্ৰই যুগ যুগ ধৰি সভ্যতাক, আৰু চেতনাক সামৰি ৰাখিছে। দুয়োখন গ্ৰন্থৰ অন্তৰ্দৃষ্টিয়ে সমগ্ৰ বিশ্বকে অনুপ্ৰাণিত কৰি আহিছে।

@UNESCO”

 

 

  • Vijay Kadam May 05, 2025

    🙏
  • Vijay Kadam May 05, 2025

    🙏🙏
  • Vijay Kadam May 05, 2025

    🙏🙏🙏
  • Vijay Kadam May 05, 2025

    🙏🙏🙏🙏
  • Vijay Kadam May 05, 2025

    🙏🙏🙏🙏🙏
  • Dalbir Chopra EX Jila Vistark BJP May 04, 2025

    ऊएऐ
  • Rahul Naik May 03, 2025

    🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
  • Kukho10 May 03, 2025

    PM MODI DESERVE THE BESTEST LEADER IN INDIA!
  • ram Sagar pandey May 02, 2025

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹🌹🌹🙏🙏🌹🌹जय माँ विन्ध्यवासिनी👏🌹💐ॐनमः शिवाय 🙏🌹🙏जय कामतानाथ की 🙏🌹🙏🌹🌹🙏🙏🌹🌹जय श्रीराम 🙏💐🌹🌹🌹🙏🙏🌹🌹जय माता दी 🚩🙏🙏जय श्रीकृष्णा राधे राधे 🌹🙏🏻🌹🌹🌹🙏🙏🌹🌹
  • Jitendra Kumar May 02, 2025

    🇮🇳🪷🇮🇳🙏
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Justice is served': Indian Army strikes nine terror camps in Pak and PoJK

Media Coverage

'Justice is served': Indian Army strikes nine terror camps in Pak and PoJK
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 মে’ 2025
May 07, 2025

Operation Sindoor: India Appreciates Visionary Leadership and Decisive Actions of the Modi Government

Innovation, Global Partnerships & Sustainability – PM Modi leads the way for India