আজি বিশ্ব বন্যপ্ৰাণী দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বন্যপ্ৰাণী অনুৰাগীসকলক সম্ভাষণ জনায়।
তেওঁ কয় যে এই দিনটোৱে আমাৰ পৃথিৱীখনৰ জীৱকূলৰ অনিন্দ্যসুন্দৰ বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে ইয়াক সুৰক্ষা দিয়াৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰবাৰ সোঁৱৰই দিয়ে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে:
"বিশ্ব বন্যপ্ৰাণী দিৱসত সকলো বন্যপ্ৰাণী অনুৰাগীক শুভেচ্ছা জনাইছো। এয়া আমাৰ ধৰিত্ৰীৰ বুকুত থকা জীৱকূলৰ অনিন্দ্যসুন্দৰ বৈচিত্ৰ্যক উদযাপন কৰাৰ লগতে ইয়াক সুৰক্ষা দিয়াৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰবাৰ সোঁৱৰণ কৰাৰ দিন। বহনক্ষম পদ্ধতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত অগ্ৰগামী, আৰু সমৰ্থন কৰা সকলোকে মই শলাগ লৈছো।"
Greetings to all wildlife enthusiasts on #WorldWildlifeDay. This is a day to celebrate the incredible diversity of life on our planet and to reiterate our commitment towards protecting it. I also appreciate all those who are at the forefront of sustainable practices, and…
— Narendra Modi (@narendramodi) March 3, 2024