বাল্মিকী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰক শুভকামনা জনালে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে মহৰ্ষি বাল্মীকি সন্দৰ্ভত তেওঁ চিন্তা সম্বলিত এটা ভিডিঅ’ও শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“দেশবাসীলৈ বাল্মীকি জয়ন্তীৰ শুভকামনা জনাইছোঁ”।
देशवासियों को वाल्मीकि जयंती की शुभकामनाएं। pic.twitter.com/2HAWjcia8B
— Narendra Modi (@narendramodi) October 9, 2022