প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আয়ুৰ্বেদ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ভগৱান ধন্বন্তৰীৰ জয়ন্তীৰ পবিত্ৰ দিনটো আমাৰ মহান সংস্কৃতিত আয়ুৰ্বেদৰ উপযোগিতা আৰু অৱদানৰ সৈতে জড়িত। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে এটা প্ৰাচীন ঔষধ প্ৰণালী হিচাপে আয়ুৰ্বেদ সমগ্ৰ মানৱ জাতিৰ স্বাস্থ্যৱান জীৱনৰ বাবে উপযোগী হৈ থাকিব।

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে:

"আয়ুৰ্বেদ দিৱসত দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। ভগৱান ধন্বন্তৰীৰ জয়ন্তীৰ এই পবিত্ৰ দিনটো আমাৰ মহান সংস্কৃতিত আয়ুৰ্বেদৰ উপযোগিতা আৰু অৱদানৰ সৈতে জড়িত, যাৰ গুৰুত্বক আজি সমগ্ৰ বিশ্বই স্বীকৃতি দিছে। মই নিশ্চিত যে এই প্ৰাচীন ঔষধ প্ৰণালীটো সমগ্ৰ মানৱ জাতিৰ স্বাস্থ্যৱান জীৱনৰ বাবে উপযোগী হৈ থাকিব।"

 

 

  • Ganesh Dhore January 02, 2025

    Jay Bharat 🇮🇳🇮🇳
  • Avdhesh Saraswat December 27, 2024

    NAMO NAMO
  • Vivek Kumar Gupta December 25, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 25, 2024

    नमो ..................................🙏🙏🙏🙏🙏
  • Gopal Saha December 23, 2024

    hi
  • Aniket Malwankar November 25, 2024

    #NaMo
  • Chandrabhushan Mishra Sonbhadra November 25, 2024

    🚩
  • கார்த்திக் November 24, 2024

    🪷ஜெய் ஸ்ரீ ராம்🌸जय श्री राम🌸જય શ્રી રામ🌺 🌸ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌺🌺 🌸জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌺🌺
  • Some nath kar November 23, 2024

    Jay Shree Ram 🙏🚩
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 19, 2024

    जय श्री राम 🚩
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
E-way bill hits record high in July on robust demand, festive stocking and a tariff rush

Media Coverage

E-way bill hits record high in July on robust demand, festive stocking and a tariff rush
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 06 আগষ্ট 2025
August 06, 2025

From Kartavya Bhavan to Global Diplomacy PM Modi’s Governance Revolution