প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰবাসীলৈ নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"শুভ ২০২২!
এই বছৰটোৱে যেন সকলোৰে জীৱনলৈ আনন্দ আৰু সুস্বাস্থ্যৰ প্ৰাচুৰ্য্যৰ সঞ্চাৰ ঘটায়।
আমি যেন প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত আৰোহন কৰি থাকো আৰু আমাৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পৰিপূৰণ কৰিবলৈ আৰু অধিক পৰিশ্ৰম কৰো।"
Happy 2022!
— Narendra Modi (@narendramodi) January 1, 2022
May this year bring abundance of joy and good health in everyone’s lives.
May we keep scaling new heights of progress and prosperity, and work even harder to fulfil the dreams of our great freedom fighters. pic.twitter.com/dHoaD4tbpk