প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেলুৱৈসকলক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে মহান ভাৰতীয় হকি খেলুৱৈ মেজৰ ধ্যানচন্দক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলিও অৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কৈছে;
"ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অভিনন্দন আৰু মেজৰ ধ্যানচন্দ জীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি।
এই বছৰটো ক্ৰীড়াৰ বাবে বহুত ভাল। কামনা কৰিছো যে এই অৱস্থা অব্যাহত থাকক। ক্ৰীড়াই সমগ্ৰ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছে।"
Greetings on National Sports Day and tributes to Major Dhyan Chand Ji on his birth anniversary.
— Narendra Modi (@narendramodi) August 29, 2022
The recent years have been great for sports. May this trend continue. May sports keep gaining popularity across India. pic.twitter.com/g04aqModJT