প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত বিশ্বৰ বিভিন্ন প্ৰান্তত থকা শিখ সমুদায়ক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"নানকশাহী সম্মত ৫৫৫ৰ আৰম্ভণি হোৱাত, বিশ্বৰ শিখ সমুদায়ক অভিনন্দন। অহা বছৰটো আনন্দ, সুস্বাস্থ্য আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক।"
As Nanakshahi Sammat 555 commences, greetings to the Sikh community around the world. May the coming year be filled with happiness, wonderful health and prosperity.
— Narendra Modi (@narendramodi) March 14, 2023