প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে হাৰিয়ানাবাসীক সম্ভাষণ জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
“চহকী ঐতিহাসিক ঐতিহ্যৰ বাবে পৰিচিত আমাৰ হাৰিয়ানাই দেশৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাই আহিছে। ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসত ইয়াৰ প্ৰগতিৰ বাটত অংশগ্ৰহণ কৰা মোৰ সকলো ভাই-ভনীলৈ আন্তৰিক অভিনন্দন জ্ঞাপনেৰে তেওঁলোকৰ সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্য কামনা কৰিলোঁ।”
अपनी समृद्ध ऐतिहासिक विरासत के लिए विख्यात हमारे हरियाणा ने देश के विकास में हमेशा अहम योगदान दिया है। राज्य के स्थापना दिवस पर यहां की प्रगति में भागीदार अपने सभी भाई-बहनों को हार्दिक बधाई देने के साथ ही मैं उनके सुख, समृद्धि और उत्तम स्वास्थ्य की कामना करता हूं।
— Narendra Modi (@narendramodi) November 1, 2024