প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰৰ সেৱাত সমৰ্পিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ক আজি শতবৰ্ষত পদাৰ্পণ কৰা বাবে অভিনন্দন জ্ঞাপন কৰে।

মোহন ভাগৱতৰ এটা ভিডিঅ’ৰ লিংক শ্বেয়াৰ কৰি মোদীয়ে কয়:

“ৰাষ্ট্ৰ সেৱাত সমৰ্পিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অৰ্থাৎ আৰএছএছে আজি ১০০ বছৰত পদাৰ্পণ কৰিছে। অবিৰত যাত্ৰাৰ এই ঐতিহাসিক স্তৰত সকলো স্বেচ্ছাসেৱকলৈ মোৰ আন্তৰিক অভিনন্দন আৰু অসীম শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মা ভাৰতীৰ প্ৰতি এই সংকল্প আৰু সমৰ্পণে দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে ‘বিকশিত ভাৰত’ক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো নতুন শক্তি পূৰণ কৰিব। আজি বিজয়াদশমীৰ শুভ সময়ত মাননীয় সৰসংঘচালক শ্ৰীযুত মোহন ভাগৱত জীৰ ভাষণ নিশ্চিতভাৱে শুনিব লাগিব…”

 

 

  • Jitendra Kumar May 23, 2025

    🙏🙏🙏
  • Jahangir Ahmad Malik December 20, 2024

    ❣️❣️❣️❣️❣️❣️
  • Vivek Kumar Gupta December 20, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta December 20, 2024

    नमो ..................................🙏🙏🙏🙏🙏
  • Mohan Singh Rawat Miyala December 19, 2024

    जय श्री राम
  • Siva Prakasam December 17, 2024

    🌺💐 jai sri ram💐🌻
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha December 04, 2024

    🚩🙏
  • Kushal shiyal November 22, 2024

    Jay shri krishna.🙏 .
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    1
  • Chandrabhushan Mishra Sonbhadra November 15, 2024

    2
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
The Future Is India: Q4 FY25 GDP Surge Cements Nation’s Global Economic Leadership

Media Coverage

The Future Is India: Q4 FY25 GDP Surge Cements Nation’s Global Economic Leadership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister interacts with people involved in building the Chenab Rail Bridge
June 06, 2025
QuotePraises their unwavering commitment to building modern infrastructure for the nation

The Prime Minister, Shri Narendra Modi today interacted with some of the people involved in the building the Chenab Rail Bridge. Shri Modi praised their unwavering commitment to building modern infrastructure for the nation.

The Prime Minister posted on X;

"Interacted with some of the people involved in building the Chenab Rail Bridge. They belong to different parts of India and are unwavering in their resolve to build modern infrastructure for their fellow Indians. They shared their experiences, including working in some very challenging times. They also shared how their families are very proud of the work they have done!"