বিশ্বকৰ্মা জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জনাইছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "বিশ্বকৰ্মা জয়ন্তী উপলক্ষে সমূহ দেশবাসীক অলেখ শুভকামনা জনাইছো। আজিৰ দিনটো সেইসকল লোকৰ বাবে সমৰ্পিত, যাৰ বাবে কৰ্মই পূজা, যাৰ সৃষ্টিয়ে সমগ্ৰ মানৱজাতিকে সমৃদ্ধ কৰি তুলিছে।"
विश्वकर्मा जयंती की सभी देशवासियों को बहुत-बहुत शुभकामनाएं। आज का दिन उन लोगों को समर्पित है, जिनके लिए कर्म ही पूजा है, जो अपने सृजन से संपूर्ण मानवता को समृद्ध करते हैं। pic.twitter.com/wO8bQJqRhh
— Narendra Modi (@narendramodi) September 17, 2020