প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ নিৰ্মাণ আৰু সৃষ্টিৰ সৈতে জড়িত দক্ষ আৰু পৰিশ্ৰমী শিল্পী আৰু নিৰ্মাণকৰ্তাসকলকো অভিবাদন জনায়। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে উন্নত আৰু স্বাৱলম্বী ভাৰতৰ সংকল্প পূৰণ কৰাত তেওঁলোকৰ অৱদান অতুলনীয় হ'ব।

‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভগৱান বিশ্বকৰ্মা জয়ন্তী উপলক্ষে সকলো দেশবাসীক শুভেচ্ছা জনাইছোঁ। এই উপলক্ষে মই নিৰ্মাণ আৰু সৃষ্টিশীলতাৰ সৈতে জড়িত মোৰ সকলো দক্ষ আৰু পৰিশ্ৰমী সহকৰ্মীক বিশেষভাৱে অভিবাদন জনাইছোঁ। মই নিশ্চিত যে উন্নত আৰু স্বাৱলম্বী ভাৰতৰ সংকল্প প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ অৱদান অতুলনীয় হ'ব।”

 

 

 

  • Yogendra Nath Pandey Lucknow Uttar vidhansabha November 10, 2024

    जय श्री राम
  • ram Sagar pandey November 07, 2024

    🌹🙏🏻🌹जय श्रीराम🙏💐🌹जय माता दी 🚩🙏🙏🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹🌹🌹🙏🙏🌹🌹
  • Chandrabhushan Mishra Sonbhadra November 03, 2024

    jay shree Ram
  • Avdhesh Saraswat November 01, 2024

    HAR BAAR MODI SARKAR
  • दिग्विजय सिंह राना October 28, 2024

    Jai shree ram 🚩
  • रामभाऊ झांबरे October 23, 2024

    NaKo
  • Raja Gupta Preetam October 19, 2024

    जय श्री राम
  • Vivek Kumar Gupta October 16, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 16, 2024

    नमो .............🙏🙏🙏🙏🙏
  • Amrendra Kumar October 15, 2024

    जय विश्वकर्मा
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports

Media Coverage

India-UK CETA unlocks $23‑billion trade corridor, set to boost MSME exports
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জুলাই 2025
July 27, 2025

Citizens Appreciate Cultural Renaissance and Economic Rise PM Modi’s India 2025