‘আষাঢ়ি বীজ’ তথা ‘কচ্ছী নৱবৰ্ষ’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জনসাধাৰণ শুভেচ্ছা জ্ঞাপন কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘আষাঢ়ি বীজ’ৰে আৰম্ভ হোৱা ‘কচ্ছী নৱবৰ্য’ উপলক্ষে মই কচ্ছৰ ভাই-ভনীসকলৈ অজস্ৰ শুভ কামনা জ্ঞাপন কৰিছো।
দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিদেশত থাকিও কচ্ছৰ সাংস্কৃতিক বৈভৱ প্ৰতিপালন কৰি অহা কচ্ছৰ এই সুঠাম আৰু শক্তিশালী ভাই-ভনীসকলক মোৰ তৰফৰ পৰা ৰাম ৰাম জনালো”।
કચ્છી નયે વરે - અષાઢી બીજ જો મેડે કચ્છી ભા ભેણે કે મુંજી લખ લખ વધાઈયું
— Narendra Modi (@narendramodi) July 12, 2021
કચ્છજી ભાતીગળ કલા અને સાંસ્કૃતિક વારસેજો જતન કરીધલ કચ્છજી ખડતલ ખમીરવંતી પરજા ડેસ અને પરડેશ મેં વસધલ કચ્છી ભા ભેણે કે મું તરફ થી નયે વરે જા રામ રામ.