‘নৱৰাত্ৰি’ৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্যৰে পৰিপূৰ্ণ কৰি তোলাৰ কামনাৰে প্ৰধানন্ত্ৰীয়ে আই দুৰ্গাক প্ৰাৰ্থনা জনায়।
‘নৱৰাত্ৰি’ৰ প্ৰথম দিনা ‘আই শৈলপুত্ৰী’ৰ চৰণত প্ৰণিপাত জনায় শ্ৰী মোদী। তেওঁৰ নাগৰিকসকলৰ বাবে শক্তি-সামৰ্থ্য তথা সমৃদ্ধিও কামনা কৰে।
‘এক্স’-ত প্ৰেৰণ কৰা ‘পোষ্ট’ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়;
"দেশবাসীলৈ নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। দেৱী দুৰ্গাই সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্য কঢ়িয়াই আনক। জয় মাতা দী!"
"নৱৰাত্ৰিৰ প্ৰথম দিনা মই ‘আই শৈলপুত্ৰী’ৰ চৰণত প্ৰণিপাত জনাইছোঁ। দেশৰ জনসাধাৰণক শক্তি-সামৰ্থ্য আৰু সমৃদ্ধিৰ আশীৰ্বাদ প্ৰদান কৰিবলৈও তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। "
देशवासियों को नवरात्रि की ढेरों शुभकामनाएं। शक्ति प्रदायिनी मां दुर्गा हर किसी के जीवन में सुख-समृद्धि, सौभाग्य और उत्तम स्वास्थ्य लेकर आएं। जय माता दी!
— Narendra Modi (@narendramodi) October 15, 2023
नवरात्रि के पहले दिन मां शैलपुत्री के चरणों में कोटि-कोटि वंदन। उनसे प्रार्थना है कि वे देश के जन-जन को शक्ति और समृद्धि का आशीर्वाद दें। pic.twitter.com/JdyL0aOe9p
— Narendra Modi (@narendramodi) October 15, 2023
આજથી પ્રારંભ થતા નવરાત્રી પર્વની આપ સૌને હ્રદયપૂર્વકની શુભેચ્છાઓ…..
— Narendra Modi (@narendramodi) October 15, 2023
મા નવદુર્ગા આપના જીવનમાં શાંતિ, સમૃદ્ધિ અને તંદુરસ્તી લાવે એ જ પ્રાર્થના !
બોલ મારી અંબે જય જય અંબે…।