প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এলানি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"সকলোকে নৱৰাত্ৰিৰ শুভেচ্ছা জনাইছো। আগন্তুক দিনকেইটা জগত জননী মাৰ পূজা-অৰ্চনাত আমাক নিজকে সমৰ্পণ কৰাৰ সময়।
নৱৰাত্ৰিয়ে যেন প্ৰত্যেকৰে জীৱনলৈ শক্তি, সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰে, তাৰে কামনা কৰিলো। https://t.co/f42HyGnUYM
আজি হৈছে নৱৰাত্ৰিৰ ১ম দিন আৰু আমি মা শৈলপুত্ৰীলৈ পূজা আগবঢ়াইছো। ইয়াত তেওঁলৈ আগবঢ়োৱা এভাগি স্তুতি সংলগ্ন কৰা হৈছে। https://t.co/nzIVQUrWH8"
Navratri greetings to everyone. The coming days are about devoting ourselves to the worship of Jagat Janani Maa.
— Narendra Modi (@narendramodi) October 7, 2021
May Navratri be the bringer of strength, good health and prosperity in everyone’s lives. pic.twitter.com/f42HyGnUYM
It is Day 1 of Navratri and we pray to Maa Shailputri. Here is a Stuti that is devoted to her. pic.twitter.com/nzIVQUrWH8
— Narendra Modi (@narendramodi) October 7, 2021