‘নৱ সম্বত্সৰ’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনক ‘বিক্ৰম সম্বত ২০৭৯’য়ে নতুন উত্সাহ আৰু ন উদ্দীপণাৰে উজ্জীৱিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“আপোনালোক আটাইলৈকে ‘নৱ সম্বত্সৰ’ৰ শুভকামনা জনাইছো। ‘বিক্ৰম সম্বত ২০৭৯’য়ে সকলোৰে জীৱনক নতুন উত্সাহ আৰু ন-উদ্দীপণাৰে উজ্জীৱিত কৰি তোলক।
आप सभी को नव संवत्सर की शुभकामनाएं। विक्रम संवत 2079 सबके जीवन में नया उत्साह और नई उमंग लेकर आए।
— Narendra Modi (@narendramodi) April 2, 2022