প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্মাষ্টমীৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে,
"জন্মাষ্টমীৰ পৱিত্ৰ উপলক্ষত আপোনালোক সকলোলৈকে শুভেচ্ছা।
জয় শ্ৰীকৃষ্ণ!"
Greetings to you all on the auspicious occasion of Janmashtami.
— Narendra Modi (@narendramodi) August 30, 2021
आप सभी को जन्माष्टमी की ढेरों शुभकामनाएं।
जय श्रीकृष्ण!