প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী দিৱসত জনসাধাৰণক অভিনন্দন জনায়।
এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কৈছে;
"হিন্দীয়ে বিশ্বজুৰি ভাৰতক এক বিশেষ সন্মান দিয়াইছে। ইয়াৰ সৰলতা, সহজতা আৰু সংবেদনশীলতাই সদায়েই আকৰ্ষণ কৰে। হিন্দী দিৱসত মই সেই সকলো লোকক হৃদয়ৰ পৰা অভিনন্দন জনাইছো, যিসকলে ইয়াক সমৃদ্ধ আৰু শক্তিশালী কৰাত নিজৰ অক্লান্ত যোগদান দিছে।"
हिन्दी ने विश्वभर में भारत को एक विशिष्ट सम्मान दिलाया है। इसकी सरलता, सहजता और संवेदनशीलता हमेशा आकर्षित करती है। हिन्दी दिवस पर मैं उन सभी लोगों का हृदय से अभिनंदन करता हूं, जिन्होंने इसे समृद्ध और सशक्त बनाने में अपना अथक योगदान दिया है।
— Narendra Modi (@narendramodi) September 14, 2022