প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে হিন্দী দিৱসত জনসাধাৰণক অভিনন্দন জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"আপোনালোক সকলোকে হিন্দী দিৱসৰ অনেক অভিনন্দন। হিন্দীক এটা সক্ষম আৰু সমৰ্থ ভাষা কৰি তোলাত বেলেগ-বেলেগ ক্ষেত্ৰৰ লোকে উল্লেখনীয় ভূমিকা পালন কৰিছে। এয়া আপোনালোক সকলোৰে প্ৰয়াসৰেই পৰিণাম যে বৈশ্বিক মঞ্চত হিন্দীয়ে একেৰাহে নিজৰ শক্তিশালী পৰিচয় গঢ়ি তুলিছে।"
आप सभी को हिन्दी दिवस की ढेरों बधाई। हिन्दी को एक सक्षम और समर्थ भाषा बनाने में अलग-अलग क्षेत्रों के लोगों ने उल्लेखनीय भूमिका निभाई है। यह आप सबके प्रयासों का ही परिणाम है कि वैश्विक मंच पर हिन्दी लगातार अपनी मजबूत पहचान बना रही है।
— Narendra Modi (@narendramodi) September 14, 2021