প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ প্ৰথম দিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷ এই সন্দৰ্ভত তেওঁ এইদৰে কয়, ‘‘নৱৰাত্ৰিৰ প্ৰথম দিনা মা শৈলপুত্ৰীলৈ প্ৰণাম জনাইছো৷ তেওঁৰ আশীৰ্বাদত আমাৰ ধৰিত্ৰী যাতে সুস্থ আৰু বিকশিত হয়৷ তেওঁৰ আশীৰ্বাদে যেন দৰিদ্ৰ আৰু বঞ্চিতসকলৰ জীৱনলৈ সুখ কঢ়িয়াই আনে৷’’
ॐ देवी शैलपुत्र्यै नमः॥
— Narendra Modi (@narendramodi) October 17, 2020
Pranams to Maa Shailputri on Day 1 of Navratri. With her blessings, may our planet be safe, healthy and prosperous. May her blessings give us strength to bring a positive change in the lives of the poor and downtrodden. pic.twitter.com/0iIMFx8cZz