প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এই বিশেষ উৎসৱে আমাৰ সমাজত সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰিব পাৰিব বুলি কামনা কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"শুভ ইষ্টাৰ! এই বিশেষ উৎসৱে আমাৰ সমাজত সম্প্ৰীতিৰ সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰক। এই উৎসৱে মানুহক সমাজৰ সেৱা কৰিবলৈ আৰু দলিতসকলক শক্তিশালী কৰাত সহায় কৰিবলৈ অনুপ্ৰাণিত কৰক। আজিৰ দিনটোত আমি প্ৰভু খ্ৰীষ্টৰ ধাৰ্ম্মিক চিন্তাবোৰ সোঁৱৰণ কৰিছোঁ।"
Happy Easter! May this special occasion deepen the spirit of harmony in our society. May it inspire people to serve society and help empower the downtrodden. We remember the pious thoughts of Lord Christ on this day.
— Narendra Modi (@narendramodi) April 9, 2023