প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"দীপাৱলীৰ পৱিত্ৰ উপলক্ষত দেশৰ জনসাধাৰণক আন্তৰিক শুভেচ্ছা জনালো। পোহৰৰ এই উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ যেন সুখ, সমৃদ্ধি আৰু সৌভাগ্য কঢ়িয়াই আনে, তাৰেই কামনা কৰিলো।
সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালো।"
दीपावली के पावन अवसर पर देशवासियों को हार्दिक शुभकामनाएं। मेरी कामना है कि यह प्रकाश पर्व आप सभी के जीवन में सुख, संपन्नता और सौभाग्य लेकर आए।
— Narendra Modi (@narendramodi) November 4, 2021
Wishing everyone a very Happy Diwali.


