প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষেৰাজ্যবাসীক শুভেচ্ছা জনাইছে। তেখেতে লগতে মিজোৰামৰ অবিৰত প্ৰগতি, শান্তি আৰু সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনায়।
এটা এক্স প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
“মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনালোঁ। মিজোৰামৰ অনন্য সাংস্কৃতিক ঐতিহ্য, ইয়াৰ মোহনীয়া সৌন্দৰ্য্য আৰু ইয়াৰ জনসাধাৰণৰ উদাৰতাৰ মনোভাৱক লৈ ভাৰত অতিশয় গৌৰৱান্বিত। পৰম্পৰা আৰু সম্প্ৰীতিৰ সংমিশ্ৰণেৰেমিজো সংস্কৃতি অতিশয় প্ৰেৰণাদায়ক। মিজোৰামৰ অবিৰত প্ৰগতি, শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।”
Statehood Day wishes to the people of Mizoram. India is very proud of Mizoram's unique cultural tapestry, its rich beauty and the warm-hearted spirit of its people. The Mizo culture is very inspiring, embodying a blend of tradition and harmony. Praying for the continuous…
— Narendra Modi (@narendramodi) February 20, 2024