প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে মিজোৰামৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছো। ভাৰতে স্পন্দনশীল মিজো সংস্কৃতি আৰু ৰাষ্ট্ৰীয় প্ৰগতিলৈ মিজোৰামৰ বৰঙণিৰ বাবে যথেষ্ট গৌৰৱান্বিত। মই মিজোৰামৰ জনসাধাৰণৰ সু স্বাস্থ্য আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনালো।"
Greetings to the people of Mizoram on their Statehood Day. India takes great pride in the vibrant Mizo culture and the contributions of Mizoram to national progress. I pray for the good health and well-being of the people of Mizoram.
— Narendra Modi (@narendramodi) February 20, 2022