ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে। তেখেতে ৰাজ্যখনে যেন প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰে, তাৰেই কামনা কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
“ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলো ঝাৰখণ্ডবাসীকে অযুত শুভেচ্ছা জনালো। প্ৰাকৃতিক সম্পদ আৰু জনজাতীয় কলা-সংস্কৃতিৰে সমৃদ্ধ এই ৰাজ্যখনে যেন প্ৰগতিৰ নতুন শিখৰত আৰোহণ কৰে, মই তাৰেই কামনা কৰিলো।”
समस्त झारखंडवासियों को राज्य के स्थापना दिवस की बहुत-बहुत बधाई। मेरी कामना है कि प्राकृतिक संसाधन और जनजातीय कला-संस्कृति से समृद्ध यह प्रदेश प्रगति की ऊंचाइयों को प्राप्त करे।
— Narendra Modi (@narendramodi) November 15, 2022