ৰাজ্য প্ৰতিস্থা দিৱস উপলক্ষে গোৱাৰ নাগৰিকসকললৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“ৰাজ্য প্ৰতিস্থা দিৱসত গোৱাবাসীলৈ মোৰ শুভকামনা জনাইছো। এইখন প্ৰাকৃতিক সৌন্দৰ্য্য আৰু উদ্যোগী লোকৰে আৰ্শীৰাদপুষ্ট এখন ৰাজ্য। পৃথিৱীৰ সকলো প্ৰান্তৰ লোকক ই আকৰ্ষিত কৰে। আগন্তুক বছৰবোৰত গোৱাই প্ৰগতিৰ নতুন উচ্চতা স্পৰ্শ কৰক, মই এই প্ৰাৰ্থনাই জনাইছো”।
On Goa Statehood Day, my greetings to the people of Goa. This is a state blessed with scenic natural beauty and industrious people. It draws people from all parts of the world. I pray that Goa continues to scale new heights of progress in the coming years.
— Narendra Modi (@narendramodi) May 30, 2022