প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা মুক্তি দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"গোৱা মুক্তি দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছো। আজিৰ দিনটোত আমি গোৱা মুক্তি সংগ্ৰামৰ সকলো সেনানীৰ সাহস আৰু অনবদ্য অৱদানৰ কথা সোঁৱৰণ কৰিছো। তেওঁলোকৰ দৃষ্টিৰে আমি অনুপ্ৰাণিত হৈ গোৱাৰ উন্নয়নৰ বাবে কাম কৰি আছো।"

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Budget touches all four key engines of growth: India Inc

Media Coverage

Budget touches all four key engines of growth: India Inc
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2025
February 03, 2025

Citizens Appreciate PM Modi for Advancing Holistic and Inclusive Growth in all Sectors