প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাল্মীকী জয়ন্তীৰ পবিত্ৰ ক্ষণত দেশবাসীক শুভেচ্ছা কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে সামাজিক সমতা আৰু সদিচ্ছা সম্পৰ্কে মহৰ্ষি বাল্মিকীৰ চিন্তাধাৰাই এতিয়াও সমাজখনক পথ প্ৰদৰ্শন কৰি আছে৷ এই বাৰ্তাৰ যোগেদি তেওঁ সদায় আমাৰ সভ্যতা আৰু সাংস্কৃতিক যুগৰ এক অমূল্য ঐতিহ্য হৈ থাকিব বুলি শ্ৰী মোদীয়ে কয়৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“দেশবাসীক বাল্মীকী জয়ন্তীৰ অনন্ত শুভকামনা জনাইছো৷ সামাজিক সমতা আৰু সদিচ্ছাৰ সৈতে জড়িত তেওঁৰ বহুমূলীয়া চিন্তাধাৰাই ভাৰতীয় সমাজখনক এতিয়া পদ প্ৰদৰ্শন কৰি আছে। মানৱতাৰ প্ৰতি তেওঁৰ বাৰ্তাৰ জৰিয়তে তেওঁ যুগ যুগ ধৰি আমাৰ সভ্যতা আৰু সংস্কৃতিৰ এক অমূল্য ঐতিহ্য হৈ থাকিব।”
देशवासियों को वाल्मीकि जयंती की अनंत शुभकामनाएं। सामाजिक समानता और सद्भावना से जुड़े उनके अनमोल विचार आज भी भारतीय समाज को सिंचित कर रहे हैं। मानवता के अपने संदेशों के माध्यम से वे युगों-युगों तक हमारी सभ्यता और संस्कृति की अमूल्य धरोहर बने रहेंगे। pic.twitter.com/wls3yN8ZfJ
— Narendra Modi (@narendramodi) October 28, 2023