ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ উপলক্ষে সকলোকে, বিশেষকৈ শিখ সমুদায়ৰ লোকক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"আজি, শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ প্ৰকাশ পৰ্বৰ পৱিত্ৰ উপলক্ষে, সকলোকে, বিশেষকৈ শিখ সমুদায়ৰ লোকসকলক মোৰ শুভকামনা। শ্ৰী গুৰু গ্ৰন্থ সাহিব জীৰ পৱিত্ৰ শিক্ষাই লাখ লাখ লোকক শক্তি দিয়ে আৰু আমাৰ সমাজক অধিক ন্যায়পূৰ্ণ, সমাৱেশী আৰু কৰুণাময় কৰি তোলে।"

 

 

  • shrey October 12, 2022

    Jai ho Modi ji💯💐
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 12, 2022

    🇮🇳🚩🇮🇳🚩🇮🇳🚩
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 12, 2022

    🇮🇳🚩🇮🇳🚩🇮🇳🚩
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 12, 2022

    🇮🇳🚩🇮🇳🚩🇮🇳🚩
  • Shailesh September 08, 2022

    namo
  • Chowkidar Margang Tapo September 07, 2022

    namo namo namo namo namo bharat
  • ranjeet kumar September 05, 2022

    jay sri ram
  • Almach uddin September 04, 2022

    m
  • Almach uddin September 04, 2022

    n
  • Almach uddin September 04, 2022

    x
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Govt bolsters Agri Stack with ₹6,000 crore allocation to empower farmers

Media Coverage

Govt bolsters Agri Stack with ₹6,000 crore allocation to empower farmers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুন 2025
June 15, 2025

Citizens Appreciate PM Modi’s Decade of Transformation - Empowering India, Inspiring the World