প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তি, উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্সৰ এলানি পোষ্টত তেওঁ লিখেঃ

‘মকৰ সংক্ৰান্তিৰ উপলক্ষে সমগ্ৰ দেশবাসীক বহুত শুভেচ্ছা জনালোঁ। উত্তৰায়ণ সূৰ্য্যৰ নামত উৎসৰ্গিত এই পৱিত্ৰ উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ নতুন শক্তি আৰু নতুন উদ্যম কঢ়িয়াই আনক।”

"উত্তৰায়ণৰ শুভেচ্ছা জনালোঁ! এই উৎসৱে সকলোৰে জীৱনত সফলতা আৰু সুখ কঢ়িয়াই আনক।”

“মাঘ বিহুৰ শুভেচ্ছা! আমি প্ৰকৃতিৰ প্ৰাচুৰ্য্য, শস্য চপোৱাৰ আনন্দ আৰু ভাতৃত্ববোধৰ মনোভাৱক উদযাপন কৰো। এই উৎসৱে সুখ আৰু ভাতৃত্ববোধৰ মনোভাৱক আগুৱাই লৈ যাওক।”

 

 

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Media Coverage

"Huge opportunity": Japan delegation meets PM Modi, expressing their eagerness to invest in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 মাৰ্চ 2025
March 28, 2025

Citizens Celebrate India’s Future-Ready Policies: Jobs, Innovation, and Security Under PM Modi