প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰামলাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে কয় যে শতিকাজোৰা ত্যাগ, তপস্যা আৰু সংগ্ৰামৰ অন্তত নিৰ্মিত এই মন্দিৰটো আমাৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক মহান ঐতিহ্য।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে,

"অযোধ্যাত ৰাম লাল্লাৰ অভিষেকৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। শতিকাজোৰা ত্যাগ, তপস্যা আৰু সংগ্ৰামৰ মাজেৰে নিৰ্মিত এই মন্দিৰটো আমাৰ সংস্কৃতি আৰু আধ্যাত্মিকতাৰ এক মহান ঐতিহ্য। মোৰ বিশ্বাস যে এই ঐশ্বৰিক আৰু ভব্য ৰাম মন্দিৰটোৱে উন্নত ভাৰতৰ সংকল্প সাধনৰ ক্ষেত্ৰত এক বৃহৎ প্ৰেৰণা হিচাপে পৰিগণিত হ'ব।"

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
How PMJDY has changed banking in India

Media Coverage

How PMJDY has changed banking in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মাৰ্চ 2025
March 25, 2025

Citizens Appreciate PM Modi's Vision : Economy, Tech, and Tradition Thrive