প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুত্তাণ্ডুৰ পৱিত্ৰ উপলক্ষত সকলোকে অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"সকলোকে পুত্তাণ্ডুৰ শুভকামনা। এই নৱবৰ্ষ মংগলময় হওক।"
Puthandu greetings to everyone. Have a great year ahead. pic.twitter.com/BR2ZRXlkMg
— Narendra Modi (@narendramodi) April 14, 2023