প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ চতুৰ্থী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে আশা ব্যক্ত কৰিছে যে এই উৎসৱে সকলোৰে জীৱনলৈ সৌভাগ্য, সফলতা আৰু সমৃদ্ধি লৈ আনক।
প্ৰধানমন্ত্ৰীয়ে Xত লিখিছেঃ
“সমগ্ৰ দেশৰ মোৰ পৰিয়ালবৰ্গক গণেশ চতুৰ্থী উপলক্ষে শুভকামনা জনালোঁ। বিঘিনি নাশক-বিনায়কৰ উপাসনাৰ সৈতে জড়িত হৈ থকা এই পবিত্ৰ উৎসৱে আপোনালোক সকলোৰে জীৱনলৈ সৌভাগ্য, সফলতা আৰু সমৃদ্ধি লৈ আহক। গণপতি বাপ্পা মৌৰয়া।”
"सर्व देशवासीयांना गणेश चतुर्थीच्या हार्दिक शुभेच्छा. गणपती बाप्पा मोरया!"
देशभर के मेरे परिवारजनों को गणेश चतुर्थी की मंगलकामनाएं। विघ्नहर्ता-विनायक की उपासना से जुड़ा यह पावन उत्सव आप सभी के जीवन में सौभाग्य, सफलता और संपन्नता लेकर आए। गणपति बाप्पा मोरया! pic.twitter.com/h3u3ltDcVH
— Narendra Modi (@narendramodi) September 19, 2023
सर्व देशवासीयांना गणेश चतुर्थीच्या हार्दिक शुभेच्छा. गणपती बाप्पा मोरया! pic.twitter.com/iaDSrS0JyA
— Narendra Modi (@narendramodi) September 19, 2023