প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী বীজৰ শুভ ক্ষণত সমগ্ৰ বিশ্বখনতে বসবাস কৰা স্পন্দিত কচ্ছী সমাজখনকে প্ৰমুখ্য কৰি সকলোকে শুভেচ্ছা জনাইছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আষাঢ়ী বীজৰ শুভ ক্ষণত সমগ্ৰ বিশ্বখনতে বসবাস কৰা স্পন্দিত কচ্ছী সমাজখনকে প্ৰমুখ্য কৰি সকলোকে শুভেচ্ছা জনাইছো। আগন্তুক বৰ্ষটোৱে যেন সকলোৰে জীৱনলৈ শান্তি, সুখৰ সঞ্চাৰ কৰে আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে, তাৰেই কামনা কৰিলো।"
Greetings to everyone, especially the vibrant Kutchi community spread across the world, on the auspicious occasion of Ashadhi Bij. May this coming year bring peace, happiness and good health in everyone’s lives.
— Narendra Modi (@narendramodi) July 1, 2022
મેઠડો પાંજો મલક , ને મેઠડી પાંજી બુલી,
— Narendra Modi (@narendramodi) July 1, 2022
એનીથીય મેઠડા કચ્છી માડુ,
હી જ પાંજી હૂંભ, ને ઇ જ પાંજી ડિયારી!
જન્મેં ને કર્મેં સે કચ્છી એડા
મેણી કચ્છી ભેણે ને ભાવરેં કે...
કચ્છી નયે વરેજી લખ લખ વધાઈયું..