প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰাছ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"দেশবাসীক ধনতেৰাছৰ শুভেচ্ছা জনাইছো। ভগৱান ধন্বন্তৰীৰ আশীৰ্বাদত, আপোনাৰ জীৱন সদায় সুস্বাস্থ্য আৰু সুখেৰে পৰিপূৰ্ণ হওঁক, ইয়াকে কামনা কৰিছো।”
देशवासियों को धनतेरस की ढेरों शुभकामनाएं। भगवान धन्वंतरि के आशीर्वाद से आप सभी का जीवन उत्तम स्वास्थ्य और सुख-संपदा से सदैव परिपूर्ण रहे, यही कामना है।
— Narendra Modi (@narendramodi) October 29, 2024