প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উৎকল দিৱস উপলক্ষে ওড়িশাবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ ভাৰত গৌৰৱান্বিত। ইয়াৰ সমান্তৰালকৈ তেওঁ কয় যে কেন্দ্ৰ আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ্ৰগতিৰ বাবে ব্যাপক হাৰত কাম কৰি আছে।

এক্সৰ পৃথক পোষ্টত তেওঁ লিখে-"উৎকল দিৱসৰ শুভেচ্ছা জনালোঁ!

এই দিনটো ওড়িশাৰ গৌৰৱময় সংস্কৃতিৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি। ভাৰতে ওড়িশাৰ ইতিহাস, সাহিত্য আৰু সংগীতক লৈ গৌৰৱ অনুভৱ কৰিছে। ওড়িশাৰ জনসাধাৰণ কঠোৰ পৰিশ্ৰমী আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইছে। বিগত এবছৰত কেন্দ্ৰ আৰু ওড়িশা চৰকাৰে ৰাজ্যখনৰ অগ্ৰগতি বাবে ব্যাপক হাৰত কাম কৰি আহিছে।"

 

 

 

  • Pankaj Singh Bhakuni May 28, 2025

    shri shri
  • Gaurav munday May 24, 2025

    🧘💛💘
  • Jitendra Kumar May 17, 2025

    🇮🇳🇮🇳
  • Pratap Gora May 13, 2025

    Jai ho
  • Yogendra Nath Pandey Lucknow Uttar vidhansabha May 12, 2025

    jay ho
  • Rajni May 01, 2025

    जय श्री राम 🙏🙏
  • கார்த்திக் April 27, 2025

    Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🚩Jai Shree Ram🙏🏼
  • Dalbir Chopra EX Jila Vistark BJP April 25, 2025

    1ऊ
  • Polamola Anji April 21, 2025

    bjp🔥🔥🔥🔥
  • கார்த்திக் April 18, 2025

    Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram🙏Jai Shree Ram💎
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders