প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিএছএফ’-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়;
"বিএছএফৰ প্ৰতিষ্ঠা দিৱসত আমি উৎকৃষ্ট সেৱা আগবঢ়োৱা এই বাহিনীটোক প্ৰশংসা কৰিছোঁ, যি আমাৰ সীমান্তৰ প্ৰহৰী হিচাপে এক ভূমিকা পালন কৰি আহিছে। আমাৰ ৰাষ্ট্ৰক সুৰক্ষা দিয়াত তেওঁলোকৰ বীৰত্ব আৰু অটল মনোভাৱ তেওঁলোকৰ উচৰ্গিত সেৱাৰে প্ৰমাণ। প্ৰাকৃতিক দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ দৰে কামৰ সময়ত বিএছএফ-য়ে পালন কৰা ভূমিকাকো মই প্ৰশংসা কৰিব বিচাৰিছোঁ।"
On BSF’s Raising Day, we laud this excellent force, which has made a mark as a guardian of our frontiers. Their valour and unwavering spirit in protecting our nation is a testament to their dedication. I would also like to appreciate the role of BSF during rescue and relief work… pic.twitter.com/6WswNLDbQB
— Narendra Modi (@narendramodi) December 1, 2023