প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিলাড-উন-নবী উপলক্ষে দেশবাসীক শুভেচ্ছা জনোৱাৰ লগতে ইয়াৰ জৰিয়তে আমাৰ সমাজত ভাতৃত্ববোধ আৰু দয়াৰ মনোভাৱ বৃদ্ধি পোৱাটো কামনা কৰে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“মিলাড-উন-নবীৰ শুভেচ্ছা জনাইছো৷ ইয়াৰ জৰিয়তে আমাৰ সমাজত ভাতৃত্ববোধ আৰু দয়াৰ মনোভাৱ বৃদ্ধি পাওক৷ সকলো সুখী আৰু সু-স্বাস্থ্যৰ অধিকাৰী হওক৷ ঈদ মোবাৰক!”
Greetings on Milad-un-Nabi. May the spirit of brotherhood and kindness be furthered in our society. May everyone be happy and healthy. Eid Mubarak!
— Narendra Modi (@narendramodi) September 28, 2023