ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ প্ৰতিস্থা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাহিনীটোলৈ শুভকামনা জ্ঞাপন কৰিছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;
“প্ৰতিস্থা দিৱসত ভাৰতীয় উপকূলৰক্ষী পৰিয়াললৈ শুভকামনা যাঁচিছো।
ৰণ-কৌশলগত ভাবে অতিকে গুৰুত্ব থকা এটি সংস্থা, আমাৰ উপকূলৰক্ষীসকল অসাধাৰণ প্ৰতিভাধৰৰ এটি গোট, যিসকলে আমাৰ উপকূলসমূহৰ সুৰক্ষা সুনশ্চিত কৰাৰ লগতে মানৱীয় সংবেদনশীল প্ৰয়াসৰ ক্ষেত্ৰতো অগ্ৰণী ভূমিকা পালন কৰি আহিছে”।
Best wishes to the Indian Coast Guard family on their Raising Day.
— Narendra Modi (@narendramodi) February 1, 2022
An organisation of great strategic importance, our Coast Guard is an outstanding team of professionals, who steadfastly secure our coasts and also are at the forefront of humanitarian efforts. @IndiaCoastGuard pic.twitter.com/3OiyQ1ZJfo