প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত অনুষ্ঠিত ২০২৩ বৰ্ষৰ হকী বিশ্বকাপৰ সকলো অংশগ্ৰহণকাৰী দলক শুভেচ্ছা জ্ঞাপন কৰিছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“ওড়িশাত অনুষ্ঠিত ২০২৩ বৰ্ষৰ হকী বিশ্বকাপৰ সকলো অংশগ্ৰহণকাৰী দলক মোৰ ফালৰ শুভেচ্ছা জ্ঞাপন কৰিছো৷ এই প্ৰতিযোগিতাখনে ক্ৰীড়া সুলভ মনোভাৱক আৰু অধিক শক্তিশালী কৰক আৰু ই হকীৰ সুন্দৰ খেলক আৰু অধিক জনপ্ৰিয় কৰি তোলক। এই প্ৰতিযোগিতাখন আয়োজন কৰি ভাৰতে গৌৰৱ অনুভৱ কৰিছে।”
As the 2023 Hockey World Cup commences in Odisha, my best wishes to all the participating teams. May this tournament further strengthen the spirit of sportsmanship and may it further popularise the beautiful game of Hockey. India is proud to be hosting this tournament.
— Narendra Modi (@narendramodi) January 11, 2023