প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্চী নৱবৰ্ষ নৱৰোজ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
“নৱৰোজ মোবাৰক!
পাৰ্চী নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো৷ ভাৰতে পাৰ্চী সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰম্পৰাক লৈ গৌৰৱ কৰে। এই সম্প্ৰদায়টোৱে আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। এক সুখী, উৎকৃষ্ট সু-স্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰা বছৰৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ৷”
Navroz Mubarak!
— Narendra Modi (@narendramodi) August 16, 2023
Best wishes on the special occasion of Parsi New Year. India takes great pride in the culture and traditions of the Parsi community. This community has significantly enriched our national progress. I pray for a year filled with happiness, excellent health and…