প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিয়োজক সংস্থাৰ স্থাপনত সন্তুষ্টি প্ৰকাশ কৰিছে৷
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ৰাষ্ট্ৰীয় নিয়োজক সংস্থা যুৱচামৰ বাবে আশীৰ্বাদস্বৰূপ৷ সাধাৰণ যোগ্যতা পৰীক্ষাৰ জৰিয়তে বহু পৰীক্ষাৰ ব্যৱস্থা নোহোৱা হ’ব আৰু ই মূল্যৱান সময় তথা সম্পদ ৰক্ষাত সহায়ক হ’ব৷ ইয়াৰ জৰিয়তে নিকা ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ’ব৷’’
The #NationalRecruitmentAgency will prove to be a boon for crores of youngsters. Through the Common Eligibility Test, it will eliminate multiple tests and save precious time as well as resources. This will also be a big boost to transparency. https://t.co/FbCLAUrYmX
— Narendra Modi (@narendramodi) August 19, 2020